Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

    লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari PHE SDO Arrested:নলবাৰী আৰক্ষীৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ ডি অ

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল সমীৰণ দাস,  মহানগৰীৰ হেঙেৰাবাৰীস্থ পি এইচ চিত কৰ্মৰত বিষয়াগৰাকীয়ে দাবী কৰিছিল ১ কোটি টকা

publisher by publisher
August 19, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Nalbari PHE SDO Arrested:নলবাৰী আৰক্ষীৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ ডি অ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Flat Sale :মহানগৰীত ফ্লেট বিক্ৰীৰ নামত বিল্ডাৰৰ চূড়ান্ত বহুৱালি !

Young Woman Arrested For Cheating :মহানগৰীত সুন্দৰী যুৱতীৰ প্ৰৱঞ্চনা !

Nalbari PHE SDO Arrested:

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত এজন এছ ডি অ’ৰ বিৰুদ্ধে উদ্থাপিত হৈছে গুৰুত্বৰ অভিযোগ ৷ প্ৰথমে প্ৰেমৰ সম্পৰ্ক আৰু পৰৱৰ্তী সময়ত শাৰিৰীক সম্পৰ্ক গঢ়ি বিয়াৰ প্ৰলোভন দি এক কোটি টকা দাবী কৰি ইতিমধ্যে কে’বা লাখ টকা প্ৰৱঞ্চনাৰৰে সৰকোৱাৰ অভিযোগত আটক হয় সমীৰণ দাস নামৰ ধুৰন্ধৰ এছ ডি অ’ জন ৷

ADVERTISEMENT

ধৃত সমীৰণ দাসৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উদ্থাপন কৰি নলবাৰীৰ এগৰাকী যুৱতীয়ে থানাত এজাহাৰ দিয়াৰ পাছতে অতি তৎপৰতাৰে আটক কৰে এছ ডি অ’জনক ৷

উল্লেখ্য যে,ভূক্তভোগী যুৱতী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অভিযোগ মতে,সমীৰণ দাস নামৰ এছ ডি অ’ গৰাকী নলবাৰীত কৰ্মৰত হৈ থকাৰ সময়ত তেওঁৰ স’তে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক ৷ সেই অনুসৰি দুয়োজনৰ পৰিয়ালৰ সন্মতিক্ৰমে বিবাহ কৰাৰ কথাবাৰ্তা চলি থকাৰ মাজতে যুৱতী গৰাকী ঘৰৰ একমাত্ৰ উত্তৰাধিকাৰী হোৱাৰ বাবে তেওঁৰ সা-সম্পত্তিৰ ওপৰত নজৰ পৰে এছ ডিঅ’দাসৰ ৷

ইতিমধ্যে বিবাহ কৰাৰ প্ৰতিশ্ৰুতি দি পৰৱৰ্তী সময়ত বিদেশ ভ্ৰমণ আদিৰ বাবদ সমীৰণ দাসে যুৱতীগৰাকীৰ পৰিয়ালক দাবী কৰে নগদ ১ কোটি ৷ ইতিমধ্যে অগ্ৰীম হিচাপে যুৱতী গৰাকীৰ পৰিয়ালে আগধন হিচাপে দিয়ে ২ লাখ টকা ৷

আনহাতে দুয়োটা পৰিয়ালৰ সদস্য আৰু আত্মীয় লোকৰ উপস্থিতিত সমীৰণ দাস আৰু যুৱতী গৰাকীৰ আঙুঠি পিন্ধোৱা পৰ্বও বিগত ২০২০ ৰ ১৪ নৱেম্বৰত সুকলমে সম্পন্ন হৈ যায় ৷

মনকৰিবলগীয়া যে,যুৱতী গৰাকীৰ পিতৃ এগৰাকী চিকিৎসক আৰু মাতৃ শিক্ষয়িত্ৰী ৷আনহাতে ঘৰ খনৰ একমাত্ৰ জীয়ৰী যুৱতী গৰাকী ৷ গতিকে ধুৰন্ধৰ এছ ডি অ’সমীৰণ দাসৰ চকু পৰে ঘৰ খনৰ অগাধ সম্পত্তিৰ ৷

উল্লেখ্য যে,একমাত্ৰ জীয়ৰী হোৱাৰ সূত্ৰে মাতৃ অৱসৰত পাৱলগীয়া বৃহৎ পৰিমাণৰ ধন আৰু পিতৃৰ থকা অধিকাংশ সম্পত্তি বিক্ৰী কৰি পোৱা ৯৮ লাখ টকা জীয়ৰীত দিয়াৰ কথা সদৰি কৰিছিল পিতৃ- মাতৃয়ে ৷

সকলো ঠিকে থাকে চলি থকাৰ মাজতে যুৱতী গৰাকীৰ স’তে আইনগত বিবাহৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ মাজতে বিবাহৰ প্ৰতি আগ্ৰহ দেখুৱাৰ পৰিৱৰ্তে নানান অযুহাত দেখুৱাই বিবাহৰ বিষয়টো তল পেলাবলৈ চেষ্টা কৰে ৷

আনহাতে ঘটনাক্ৰমে সমীৰন দাস বদলি হয় গুৱাহাটীৰ হেঙেৰাবাৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়লৈ ৷ ইয়াৰ পাছতে নলবাৰীৰ যুৱতী গৰাকীলৈ ক্ৰমাৎ পিঠি দি এইবাৰ সম্পক গঢ়ি তোলে গুৱাহাটীৰে ৰে’লৱেত কৰ্মৰত এগৰাকী যুৱতীৰে ৷

নলবাৰীৰ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে,সমীৰণ দাসৰ সকলো কৰ্মকাণ্ড পিতৃ- মাতৃ জ্ঞাত যদিও এই ক্ষেত্ৰত নল’লে কোনো সময়োচিত পদক্ষেপ নল’লে ৷

ধুৰন্ধৰ এছ ডি অ সমীৰণ দাসে যুৱতী গৰাকীক প্ৰথমে প্ৰেম পিছত বিয়া কৰাৰ প্ৰলোভন দি শাৰীৰিক আৰু মানসিক সম্পৰ্ক গঢ়ি তুলি প্ৰবঞ্চনাৰে পলায়ন কৰাৰ গুৰুত্বৰ অভিযোগ কৰি ইতিমধ্যে নলবাৰী থানাত দাখিল কৰা এজাহাৰৰ মৰ্মে আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক সমীৰণ দাসক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CheatingNALABARIPHE SDO ARRESTED
publisher

publisher

Related Posts

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d