Laharighat SeizedbIn Pistol:লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

pistal seized 2

Laharighat Seized In Pistol:

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ যৌথ অভিযানত আটক দুই দুৰ্ধষ চোৰাং চিকাৰী

গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ লাহৰিঘাটত এটি বাসগৃহত বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ দলে অৰ্তকিতে অভিযান চলাই পিষ্টল, সক্রিয় গুলীসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত লোক দুজন হ’ল ৰফিকুল ইছলাম আৰু আফজাল হক ৷ সন্দেহ কৰা মতে দুয়োজন চোৰাং চিকাৰৰ সৈতে জড়িত ৷

ইতিমধ্যে আটকাধীন লোক দুজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version