Minister Pijush Hazarika Files Defamation Case Against Mla Purkayastha:এপিচিচিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে মানহানি গোচৰ

১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰে মন্ত্ৰী পীযূষ হাজৰিকাই

pijush hazarika

Minister Pijush Hazarika Files Defamation Case Against Mla Purkayastha:

আপত্তিজনক মন্তব্য কৰি মানহানি গোচৰৰ সন্মুখীন এপিচিচিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

মহানগৰীৰ কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত ১০কোটি টকাৰ মানহানি গোচৰ তৰে মন্ত্ৰী পীযূষ হাজৰিকাই

ইতিমধ্যে ৬৩৪/২০২৩ নম্বৰত আদালতত পঞ্জীভূক্ত হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰটি।

Exit mobile version