helicupter

Air Force Helicopter Makes Emergency Landing In Chapar:

কাৰিকৰী বিজুতিৰ বাবে বুধবাৰে আবেলি ধুবু্ৰীৰ চাপৰত জৰুৰী অৱতৰণ বায়ু সেনাৰ হেলিকপ্টাৰৰ ৷

চাপৰ চাহ বাগিচাৰ মাজত পাইলটে জৰুৰী অৱতৰণ কৰে হেলিকপ্তাৰখন ৷ হেলিকপ্টাৰখনত আছিল পাইলট সহ আঠ বায়ুসেনাৰ জোৱান

উল্লেখ্য যে,বায়ুসেনাৰ বিশেষ হেলিকপ্তাৰখন পশ্চিমবংগৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে হঠাতে মাজ আকাশত কাৰিকৰী বিজুতি হোৱাত চাপৰৰ চাহ বাগিচাৰ মাজতে জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।

এক ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে পাইলট সহ বায়ুসেনাৰ জোৱান কেইজন।

Exit mobile version