FIR Against Badruddin Ajmal:এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেজপুৰত এজাহাৰ অজাপৰ

ajmal

FIR Against Badruddin Ajmal:

এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম জাতীয় পৰিষদৰ তেজপুৰ গোটৰ ৷ সাংসদ গৰাকীৰ বিৰুদ্ধে ভাতৃঘাতী সংঘৰ্ষৰ চেষ্টাৰ অভিযোগ অজাপৰ ৷

উল্লেখ্য যে,ধুবুৰীৰ সাংসদ গৰাকীয়ে কিছুদিন পূৰ্বে মুছলমান সকল বিভিন্ন অপৰাধজনিত কাৰ্যত সততে জড়িত থাকে বুলি বিৰূপ মন্তব্য কৰিছিল ৷

আনকি আজমলে মুছলমান লোকসকল ধৰ্ষণ,চোৰ- ডকাইতি আদি অপৰাধমূলক কাৰ্যকলাপ জড়িত থকাৰ লগতে ছোৱালী দেখিলেই তেজ গৰম হয় মুছলমান যুৱকৰ ৷ এনে নিকৃষ্ট বাক্যবানৰে মুছলমান সমাজক বিভান্ত আৰু মুছলিম নাৰীক চৰম অপমান কৰিছে বুলি উল্লেখ কৰি অজাপৰ তেজপুৰ কমিটিয়ে তেজপুৰ সদৰ থানাত সাংসদ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰজু কৰে ৷

Exit mobile version