Minister Pijush Hazarika Files Defamation Case Against Mla Purkayastha:
আপত্তিজনক মন্তব্য কৰি মানহানি গোচৰৰ সন্মুখীন এপিচিচিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷
ADVERTISEMENT
মহানগৰীৰ কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত ১০কোটি টকাৰ মানহানি গোচৰ তৰে মন্ত্ৰী পীযূষ হাজৰিকাই ৷
ইতিমধ্যে ৬৩৪/২০২৩ নম্বৰত আদালতত পঞ্জীভূক্ত হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰটি।