Indian Women’s Cricket Team Member Uma Chhetri Felicitated by CM:ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা চেত্ৰীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

১০ লাখ টকাৰ সাহাৰ্য চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

cm 1

Indian Women’s Cricket Team Member Uma Chhetri Felicitated by CM:

অসম কন্যা তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিভাৱান খেলুৱৈ ক্ৰিকেটাৰ উমা চেত্ৰীক শণিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় ৷

অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ উপস্থিতিত যুৱ মহিলা ক্ৰিকেটাৰ গৰাকীক ১০ লাখ টকাৰ সাহাৰ্যৰ চেক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পৰিমলশুক্ল বৈদ্য, জয়ন্তমল্ল বৰুৱ,বিমল বৰা,ইউ জি ব্ৰক্ষ্ম আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা সহ জ্যেষ্ঠ আমোলা ৷

Exit mobile version