Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
November 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
tuliram ronghang
2
SHARES
24
VIEWS
ShareShareShareShare

Karbianglong:খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ মাজত আলোচনা

ADVERTISEMENT

আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱৰ লগত দিফু মুখ্য কাৰ্যালয় কক্ষত আৰু খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ মাজত বিভিন্ন দাবী কাৰ্যকৰী কৰণৰ ওপৰত আলোচনা কৰা হয়।

RelatedPosts

AAP District Workers Conference in Diphu:ডিফুত আপৰ জিলা কৰ্মকৰ্তা সন্মিলন

New guidelines to Kanthilangso Falls in Karbi Anglong:কাৰ্বি আংলঙৰ মনোমোহা কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাৰ নতুন পথ নির্দেশনা

Diphu :ডিফুত ABVP ৰ উদ্যোগত ‘জনজাতি সন্মিলন’ সম্পন্ন

আলোচনাৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি মাতৃভাষাক অষ্টম শ্ৰেণীলৈকে আৰু তিৱা মাতৃভাষাক পঞ্চম শ্ৰেণীলৈকে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি – ২০২০ আধাৰত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে কাৰ্যবাহী পৰিষদত সিদ্ধান্ত গ্ৰহণ কৰি অসম চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা বাবে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়।

লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে ডিফু চহৰৰ ভিতৰত ১০ (দহ) বিঘা ভূমি আৱন্টন দিয়াৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ বিভাগৰ জৰিয়তে সোনকালেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা) ৰ তৰফৰ পৰা বহুভাষিক অভিধান সম্পাদনাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা ১০.০০ (দহ) লাখ টকা আৰ্থিক অনুদান দিয়াৰ বাবে আবেদন পত্ৰ প্ৰদান কৰা হয়।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা আৰ্থিক অনুদান দিয়াৰ বাবে আশ্বাস দিয়ে।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য  ডোমিনিক উফিন মাছলাই, কাৰ্যবাহী সদস্য  ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য লুংসিং টেৰণ, সাধাৰণ সদস্য ড০ মংৱেই ৰংপি, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, সম্পাদক  যোগেশ্বৰ বৰদলৈ, সম্পাদক ডিম্বেশ্বৰ দলে, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়াণন দেউৰী, কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক জয়সিং টকবিয়েও উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cem Tuliram RanghangDiphuDiscussionsIndigenous Tribel Sahitya Sabha AssamkAAC
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d