Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Karbianglong Dist. Congress:কাৰ্বি আংলঙৰ এক লাখ ৫৩ হেজাৰ বিঘা ভূমি পুঁজিপতি গোষ্ঠীক গতাবলৈ যো জা

লাওলোৱা অৱস্থা কাৰ্বি পৰিষদৰ :কাৰ্বি আংলং কংগ্ৰেছৰ অভিযোগ

publisher by publisher
August 27, 2025
in News, Assam
Reading Time: 1 min read
0
Karbianglong Dist. Congress:কাৰ্বি আংলঙৰ এক লাখ ৫৩ হেজাৰ বিঘা ভূমি পুঁজিপতি গোষ্ঠীক গতাবলৈ যো জা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Karbianglong Dist. Congress:

টকাৰ সমান্তৰালভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএমৰূপে ক ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰিছে কাৰ্বি আংলং জিলা কংগ্রেছে।

ADVERTISEMENT

কালি ইয়াত কার্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে এক সংবাদমেলত কয় যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অৱস্থা এতিয়া লাওলোৱা। পৰিষদখন তুলিৰামে বন্ধকত থোৱাৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দুশ কোটিতকৈও অধিক দেনাৰ বোজা হৈছে। সৰু-সুৰা ঠিকাদাৰ আৰু ব্যৱসায়ীৰ লগতে জিলা পৰিষদখনৰ কর্মচাৰীসকলে দীর্ঘদিন ধৰি পাবলগীয়া ধন পৰিষদখনে মুকলি কৰি দিয়া নাই। বিপৰীতে কার্বি আংলঙত শ শ কোটি চৰকাৰী ধনৰ অবাধ লুণ্ঠন চলিছে।’ সংবাদমেলত বিভিন্ন নথিপত্র প্রকাশ কৰি কাৰ্বি নেতা ইংতিয়ে কয় যে চৰকাৰী আৰটিআইৰ তথ্য মতে কাৰ্বি আংলং জিলাত সর্বমুঠ এক লাখ ৫৩ হেজাৰ ২৫০ বিঘা মাটি বহিৰাগত পুঁজিপতিক চৰকাৰে বেআইনীভাৱে দিয়াৰ ব্যৱস্থা কৰিছে।

পার্বত্য স্বায়ত্তশাসিত অঞ্চলৰূপে কাৰ্বি আংলঙৰ মাটি অজনজাতীয় লোকক হস্তান্তৰ কৰিব নোৱাৰে যদিও তুলিৰাম ৰংহাঙৰ চক্ৰান্তত অসম চৰকাৰে ১৮ হেজাৰ বিঘা মাটি সৌৰশক্তি প্ৰকল্পৰ বাবে আদানী গ্রুপক, ১৩ হেজাৰ বিঘা মাটি নেপিয়াৰ প্ৰকল্পৰ বাবে আম্বানী গোষ্ঠীক, ছহেজাৰ বিঘা মাটি সৌৰশক্তি প্রকল্পৰ বাবে, ১,৩৯৫ বিঘা মাটি এপিডিচিএলৰ পাম্প ষ্ট’ৰেজৰ বাবে আৰু এক লাখ ১৬ হেজাৰ ২৫০ বিঘা মাটি পাম অইল খেতিৰ বাবে ৰামদেৱ আৰু গডৰেজক গতাই দিয়াৰ ব্যৱস্থা কৰিছে। কংগ্ৰেছ নেতাজনে লগতে কয়, ‘এই তথ্যসমূহ চৰকাৰীভাৱে লাভ কৰা হৈছে আৰু এনে বহু মাটি আছে, যাৰ হিচাপ কাক কেনেকৈ দিয়া হৈছে কোনেও নাজানে।’

উল্লেখ্য যে কার্বি আংলঙত মুখ্যমন্ত্রী ড° শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত পাহাৰ ভাঙি শিলৰ অবৈধ ব্যৱসায় অব্যাহত ৰখা হৈছে বুলি ইংতিয়ে অভিযোগ কৰে। তেওঁ কয় যে এই সন্দর্ভত ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক তথ্যসহ অভিযোগ দাখিল কৰা হৈছে।

আনহাতে, জিলা কংগ্ৰেছৰ সভাপতিজনে কয়, ‘তুলিৰামক মুখ্যমন্ত্ৰীয়ে দেশ-বিদেশ ঘূৰাই-ফুৰাই প্ৰথমতে টকাৰ এটিএমৰূপে ব্যৱহাৰ কৰিছিল। এতিয়া তুলিৰামক মুখ্যমন্ত্ৰীয়ে মাটিৰ এটিএমৰূপে ব্যৱহাৰ কৰিছে।’ তুলিৰামে কার্বি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু স্বাভিমানক বিজেপি তথা চৰকাৰৰ ওচৰত বিক্ৰী কৰি দিছে বুলি ইংতিয়ে মন্তব্য কৰি কয়, ‘কেৱল সেয়াই নহয়, বন বিভাগলৈ অহা বৃক্ষৰোপণৰ এশ কোটিতকৈও অধিক টকা তুলিৰামে অপব্যয় কৰিছে।

এই চৰকাৰী ধন নগদ উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ নিয়ম ভংগ কৰিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীৰ বেংক একাউণ্টত প্রত্যক্ষভাৱে পুঁজি হস্তান্তৰৰ নিয়ম কৰিছে, সেই সময়ত কাৰ্বি আংলঙত তুলিৰামে নগদ লেনদেন অব্যাহত ৰাখিছে।’ উল্লেখ্য যে তুলিৰামে নিজৰ ভ্ৰাতৃ, পুত্ৰ আৰু নিকট আত্মীয়ৰ নামত চৰকাৰী ঠিকা আবণ্টন দিয়াৰ লগতে নামে-বেনামে দেশে-বিদেশে সম্পত্তিৰ পাহাৰ গঢ়া বুলি ইংতিয়ে অভিযোগ কৰে।

কাৰ্বি আংলঙত জনগোষ্ঠীয় লোকসকলক ধনৰ প্রলোভন আৰু ভাবুকি দি দুর্নীতিগ্রস্ত তুলিৰামে মেনেজ কৰি থকা বুলি উল্লেখ কৰি ইংতিয়ে কয় যে তুলিৰামে সংবাদ মাধ্যমৰ স্বাধীনতাও নোহোৱা কৰিছে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ দুৰ্নীতিৰ বিষয়ে সংবাদমেল পৰিৱেশন কৰিলে অথবা বাতৰি পৰিৱেশন কৰিলে সেয়া সম্প্ৰচাৰ কৰাত বাধা দিয়ে বুলি কার্বি নেতাজনে অভিযোগ কৰে। সংবাদমেলত প্রাক্তন বিধায়ক জগৎছিং ইংতি, প্রাক্তন ইএম বিদ্যাছিং বংপি, প্রক্তন বিধায়ক হেমছিং তিছ’ আৰু চৰিস্মা ৰংপি উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cem Tuliram RanghangCurruptionkAACkarbianglongkarbianglong dist congressPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d