Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

publisher by publisher
January 27, 2026
in Assam
Reading Time: 1 min read
0
Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nandita Gorlosa:বিজেপি ত্যাগ কৰা মন্ত্ৰী নন্দিতা গার্লোছাৰ মনোনয়ন পত্র দাখিল

Khanapara:সোমবাৰে সমগ্ৰ দেশত উদযাপিত হ’ব ৭৭ সংখ্যক গণৰাজ্য দিৱস

Diphu Incident:ডিফুত অঘটন ! কুঁৱাত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যু ৩ শ্ৰমিকৰ

Republic Day Celebrations in Diphu-Haflong:

:ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে তিনিখন পাৰ্ৱত্য জিলা ডিফু ,হামৰেণ আৰু হাফলঙতো উলহ মালহেৰে ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।

ADVERTISEMENT

কাৰ্বি আংলং জিলাৰ প্ৰশাসন লগতে আৰক্ষী প্ৰশাসন সহযোগিতা ডিফু বালিকা উচ্চতৰ মাধ্যমিক খেল পথাৰত কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড: তুলিৰাম ৰংহাংঙে মূখ্য অতিথি ৰূপত উপস্থিত হৈ ৰাষ্ট্ৰীয় পতাকা উক্তোলন কৰাৰ লগতে আৰ্মি ;আৰক্ষী আৰু ডিফুত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। তদুপৰি গণ্যৰাজ্য দিৱৰ প্ৰতিলক্ষ্য ৰাখি জিলা পশুপালন বিভাগৰ প্ৰদৰ্শনী কৰা হয় । সমা্ন্তৰালভাৱে কাৰ্বি নৃত্য ,বিহু নৃত্য  ,গাৰো ;হাজং ,তিৱা ,নাগা ৰেংমা ,মাৰ ,মিজো আৰু বড়ো সকলৰ বাগৰুম্বা নৃত্যও প্ৰদৰ্শন কৰে৷ ৷ জিলা প্ৰশাসনৰ তৎপৰতাত স্কুলীয়া ছাত্ৰ- ছাত্ৰী মাচপাছ সুন্দৰকৈ প্ৰদৰ্শন কৰা বিদ্যালয়ক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

আনহাতে  ডিমা হাচাও জিলাৰ প্ৰশাসনৰ উদ্যোগত হাফলংঙত ৭৭সংখ্যক গণ্যৰাজ্য দিৱস সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উক্তোলন কৰে ডিমা হাচাও স্বাযত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গৰ্লোচা সহযোগহ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকে ৷ ডিমাছা নৃত্যকে আদি কৰি জনগোষ্ঠীৰ নৃত্যও প্ৰদৰ্শন কৰে ৷ ডিফুত ড° তুলিৰাম ৰংহাংঙে চৰকাৰী উন্নয়নমুলক আঁচনি সমুহৰ ব্যাখ্যা আগবঢ়াই ৷ ঠিক হাফলংঙত দেৱলাল গৰ্লোচাও জিলাখন বিভিন্ন চৰকাৰৰ উন্নয়নমূখী আঁচনি সমুহৰ ব্যাখ্যা আগবঢ়াই ৷ সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা হামৰেণ ৰংবংৰংহাং খেলপথাৰত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ দৰে গণ্যৰাজ্য দিৱস উদযাপিত কৰে ৷ ৭৭সংখ্যক গণ্যৰাজ্য দিৱসৰ সংগতি ৰাখি ৰাট্ৰীয় পতাকা উক্তোলন কৰে জিলা আযুক্ত সাৰাংশ পানী শৰ্মায়ে সহযোগ কৰে জিলাখনৰ উচ্চ আৰক্ষী বিষয়া ৷ হামৰেণস্থিত বিভিন্ন বিদ্যালয় ছাত্ৰ- ছাত্ৰী সকলে মাচ পাচ সম্ভাষণ গ্ৰহণ কৰে ৷ তদুপৰি অসম আৰক্ষী জোৱানেও মাচপাচ প্ৰদৰ্শন কৰে ৷  বিভিন্ন বাৰেবহনীয়া সাংস্কৃতিক নৃত্যও প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ মুঠতে বাতৰি সংগ্ৰহ কৰালৈকে গণৰাজ্য  দিৱসৰ কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই ৷ শান্তিপূৰ্ণভাৱে তিনিখন জিলা সদৰত গণ্যৰাজ্য উদযাপিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 76th Republic Day celebrationsDiphuDist AdministrationsHaflong
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d