DGCA Fins Air India:অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ জৰিমনাৰ সন্মুখীন এয়াৰ ইণ্ডিয়া

airindia

DGCA Fines Air India:

টাটা মালিকানাধীন এয়াৰ ইণ্ডিয়াক জৰিমনা বিহিলে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ৷ বিমান পৰিবহনত প্ৰয়োজনীয়তা উলংঘনৰ বাবে এয়াৰ ইণ্ডিয়ালৈ যোৱা মে’মাহত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল বিমান পৰিবহন সঞ্চালকালয়ে ৷

পৰৱৰ্তী সময়ত দেশৰ অগ্ৰণী বিমান পৰিবহন সন্থা টোৱে ডিজিচিএ লৈ কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিছিল যদিও সন্তষ্ট নহ’ল ডিজি চিএ ৷ অৱশেষত ডিজি চিএ এয়াৰ ইণ্ডিয়াক বিহে ১০ লাখ টকাৰ জৰিমনা

Exit mobile version