Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Airport : সাতৰ পৰা ১০ দিন লাগিব পৰিস্থিতি নিয়ন্ত্ৰণ হ’বলৈ : অসামৰিক বিমান পৰিবহন মন্ত্রী সিন্ধিয়া

publisher by publisher
December 14, 2022
in India, News
Reading Time: 2 mins read
0
Delhi Airport : সাতৰ পৰা ১০ দিন লাগিব পৰিস্থিতি নিয়ন্ত্ৰণ হ’বলৈ : অসামৰিক বিমান পৰিবহন মন্ত্রী সিন্ধিয়া
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

Hit And Run Incident: নন্দিনী কাণ্ড নাম সাঙোৰ ইউএছটিএম স্বত্বাধিকাৰ মহবুবুল হক

Lurinjyoti Gogoi:বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

Delhi Airport :

অসামৰিক বিমান পৰিবহন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি কয় যে দিল্লী বিমানবন্দৰত যাত্রীৰ শীতকালৰৰ ভিৰ “অপ্রত্যাশিত” আছিল আৰু বিগত দুদিন ধৰি ব্যাপক যানজঁট আৰু বিশৃংখলতা সৃষ্টিকাৰী বাধাসমূহ দূৰ কৰাৰ চেষ্টা অব্যাহত আছে । তৎস্বত্ত্বেও পৰিস্থিতি স্বাভাৱিক হ’বলৈ সাতৰ পৰা ১০ দিন সময় লাগিব বুলি জনায় তেওঁ ।

ADVERTISEMENT

কালি একাধিক এয়াৰলাইন্সে যাত্রীসকলক ফ্লাইটৰ সময়ৰ তিনিৰ পৰা চাৰি ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ’বলৈ কয় । ইণ্ডিগ’ই তেওঁলোকৰ যাত্রীসকলক অভ্যন্তৰীণ প্রস্থানৰ বাবে কমেও চাৰে তিনি ঘন্টা আগতে আহিবলৈ আৰু মসৃণ নিৰাপত্তা পৰীক্ষাৰ বাবে কেৱল এটা বেগেজ বহন কৰিবলৈ কয় । এয়াৰ ইণ্ডিয়াই আন্তর্জাতিক যাত্রীসকলক চাৰি ঘণ্টা পূৰ্বে আহিবলৈ কয় ।

শেহতীয়াকৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী সিন্ধিয়াই কয়, “শীতকালীন উৎসৱৰ ছুটিৰ বাবে ইমান ভিৰ কোনেও কল্পনা কৰা নাছিল । ভ্রমণ কৰিবলৈ ইচ্ছুক যাত্রীসকলৰ চাহিদা আৰু এয়াৰলাইন্সৰ সেৱাৰ মধ্যস্থতাকাৰী বিমানবন্দৰ, যিয়ে নির্বিঘ্ন আৰু দক্ষ সেৱা প্রদান কৰিবলগীয়া হয় । সেই সেৱা প্ৰদান কৰাৰ দায়িত্ব বিমানবন্দৰ অপাৰেটৰৰ । ম‌ই এই বিষয়ত সকলো বিমানবন্দৰ অপাৰেটৰৰ স’তে এটা বৈঠকত মিলিত হৈছো ।”

তেওঁ কয় যে, বিমানবন্দৰত এই ভিৰ প্রৱেশদ্বাৰৰ পৰা আৰম্ভ হৈ নিৰাপত্তা চৌকি পর্যন্ত পাইছে । ইয়াৰ বাবে, তেওঁ কে’বাটাও জৰুৰী ব্যৱস্থাৰ পৰামর্শ দিছে, যাৰ ভিতৰত আছে গেটত চিচিটিভি কেমেৰা স্থাপন আৰু এটা কেন্দ্রীয় নিয়ন্ত্রণ, যিয়ে যাত্রীসকলক সর্বনিম্ন ভিৰত গেটত যোৱাৰ নির্দেশ দিব ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, “যদি ছয় নম্বৰ গেটত ২০ মিনিট অপেক্ষাৰ সময় থাকে আৰু ১১ নম্বৰ গেটত মাত্র দুই মিনিট অপেক্ষা কৰা হয়, তেনেহ’লে সেয়া তৎক্ষণাৎ পৰিৱর্তন কৰিব লাগিব । অৱশ্যে এয়া ডিছপ্লে স্ক্রিনত প্ৰতিফলিত হ’ব লাগিব । বিমানবন্দৰ অপাৰেটৰসকলৰ স’তে মোৰ আলোচনাৰ পাছত সম্প্ৰতি এয়াই সিদ্ধান্ত লোৱা হৈছে ।”

বিমানবন্দৰৰ অভ্যন্তৰত নিৰাপত্তা চেকপয়েন্টৰ সংখ্যা ১১ৰ পৰা বৃদ্ধি কৰি ২০ কৰা হ’ব । ইতিমধ্যে, ১৭টা চেকপয়েন্ট আছে । আমি সকলো অপ্রয়োজনীয় বেৰিকেড প্ৰত্যাহাৰ কৰিছো বুলিও তেওঁ কয় ।

দিল্লী বিমানবন্দৰত গড়ে প্ৰায় শূন্যৰ পৰা ৮০ নিযুত আৰু টি১ কাৰ্যক্ষম হৈ থকাৰ সময়ত ১০ কোটি লোক আহিছে । মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ৰ ভিতৰত আমি নয়ডা বিমানবন্দৰৰ ফেজ-১ এক কোটি ২০ লাখ যাত্ৰীৰ বাবে মুকলি কৰি দিম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChaosCivil Aviatiojn MinisterComplaintsCrowddelhi airportJyotiraditya Scindia
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d