Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা

    APSC SCAM:জালিয়াতিৰে এপিএছচিৰ চাকৰি লোৱা পলাতক বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ

    Telangana Election:তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ পুৱা ৭ বজাৰ পৰা

    SI – Journalist Arrested In Guwahati :মহানগৰীৰ আঠগাঁৱৰ হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া সহ সাংবাদিক

    Magistrate Sentenced The Police To Cut Grass:আদালতত আধা ঘণ্টা পলমকৈ উপস্থিত আৰক্ষী

    Composite Gas Cylinder:বজাৰৰ পৰা শীৰ্ঘেই নোহোৱা হ’ব এল পিজি লোহাৰ চিলিণ্ডাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Gruesome Murder In Medhipara In Udalguri: ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

কাঠকটা মেচিনেৰে নৃশংসভাৱে হত্যা ৮ বছৰীয়া শিশুক কণমানি, কণমানি কিশোৰীয়ে বৰ্ণনা কৰিলে শিহৰণকাৰী ঘটনা

publisher by publisher
November 9, 2023
in News, Assam, Crime
Reading Time: 3 mins read
0
Gruesome Murder In Medhipara In Udalguri: ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড
3
SHARES
34
VIEWS
ShareShareShareShare

Gruesome Murder In Medhipara In Udalguri:

এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ADVERTISEMENT

এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব ।

RelatedPosts

Hajo Murder:হাজোত নৃশংস হত্যাকাণ্ড

The Gruesome Murder :জঘন্য লোমহৰ্ষক হত্যাকাণ্ড ,পত্নীয়ে কুঠাৰেৰে কাটি পাঁচ টুকুৰা কৰিলে স্বামীক

Guwahati Teenage Abuse : মহানগৰীৰ হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত

এই ঘটনাৰ স্থান ওদালগুৰি মেধিপাৰা ৷ সংঘটিত হৈছিল দেওবাৰে। সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিক অবৈধ কাঠ মিলৰ কৰ্মচাৰী মজনু আলীয়ে অতি নৃশংসভাৱে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ।

child murder 1উল্লেখ্য যে, চাক্ষুষ প্ৰত্যক্ষদৰ্শী কণমাণি কিশোৰী আৰু পৰিয়ালে সদৰি কৰা মতে যোৱা দেওবাৰে আজাত আলীৰ ঘৰৰ পিছফালে থকা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোত ৮ বছৰীয়া ৰছিদ আনছাৰিয়ে ক্ৰিকেট বেট বনাবলৈ গৈছিল।

কিন্ত সেই সময়ত মিলত কৰ্মৰত হৈ থকাৰ মিলৰ কৰ্মচাৰী মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰৰে কণমানি ল’ৰাজনৰ মূৰত হেচি ধৰে ৷ আনহাতে সেই সময়ত এই লোমহৰ্ষক কাণ্ড প্ৰত্যক্ষ কৰি থকা এগৰাকী কণমানি কিশোৰীয়ে দেখি চিঞৰ- বাখৰ কৰাত মজনুৰ আলী সেই স্থানৰ পৰা পলায়ন কৰে ৷

বিদ্যুৎ চালিত কাঠ কাটাৰৰ আঘাতত তেজেৰে তুমৰলি হৈ পৰা আঠবৰ্ষীয় শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ।
ইতিমধ্যে এই চাঞ্চল্যকৰ ঘটনা সদৰি হোৱাৰ লগে লগে সমগ্ৰ মেধিপাৰা গাঁৱত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ খবৰ লাভ কৰি দুৰ্ভগীয়া শিশুটিৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পাচত মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়াৰ পাচতে পৰিয়ালৰ লোকে ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে জানাজা ৷

উল্লেখ্য যে,লোমহৰ্ষক হত্যাকাণ্ডৰ তিনিদিন অতিক্ৰম কৰাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটিয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰাৰ পৰা বিৰত আছিল ৷ জানিব পৰা মতে,একাংশ চোৰাং কাঠ সৰবৰাহকাৰী আৰু অবৈধ কাঠকটা মিলৰ স্বত্বাধিকাৰ মইনুল হকে দুৰ্ভগীয়া পৰিয়ালটোক মেনেজ কৰাৰ বাবে চেষ্টা চলাই ৷

child murder firএনে ঘটনাক্ৰমৰ মাজতে স্থানীয় সাংবাদিকে লোমহৰ্ষক হত্যাকাণ্ডৰ বলী হোৱা শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰাৰ পাছতে সাংবাদিকৰ সাহসক সাৰথি কৰি হত্যাৰ মুল অভিযুক্ত মজনু আলী, মিলৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানালৈ যোৱা পথত ৰহস্যজনকভাবে এজাহাৰৰ পৰা নাম বাদ পৰে মইনুল হক আৰু মাৰফত আলীৰ নাম ৷

এইখিনিতে প্ৰশ্ন হয়,কাৰ ছত্ৰছায়াত পৰি নাম সনিবিষ্ট হোৱা এজাহাৰৰ পৰা নাম বাদ পৰিল দুজন অভিযুক্তৰ নাম ৷ ইতিমধ্যে পৰিয়াল আৰু স্থানীয় লোকে দোষীক কঠোৰ শাসৰ দাবী তোলে ৷

উল্লেখ্য যে,মাজবাট আঞ্চলিক বন সংমণ্ডলৰ আৰ্শীবাদত মেধিপাৰাত অবৈধভাৱে গঢ়ি উঠা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোৱে অবাধ গতিত চলাই গৈছে চোৰাং কাঠৰ বেহা ৷

অঞ্চলটোৰ প্ৰকাণ্ড-প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি দিয়া হৈছে নেকি আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোক ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন মেধিপাৰা সচেতন মহলৰ ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Gruesome MurderKillers EscapeMedhipara In UdalguriTeenage
publisher

publisher

Related Posts

Five State Assembly Election Exit Poll: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমীক্ষা
India

November 30, 2023
Anju Returned India:স্বামী -সন্তানক এৰি পাকিস্তানলৈ যোৱা অঞ্জু ঘূৰি আহিল ফাতেমা হৈ ভাৰতলৈ !

Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি
Assam

Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !
Assam

Five Thousand New EVM Machines For Assam:অসমৰ পুনৰ নির্ধাৰিত সমষ্টিৰ বাবে পাঁচ হেজাৰ নতুন ই ভি এম

November 30, 2023
Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !
Assam

Term Of CS Pawan Barthakur Will Be Extended For Three Months:তিনি মাহৰ বাবে বৃদ্ধি হ’ব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল !

November 30, 2023
Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা
Assam

Tezpur Firing:শোনিতপুৰ বিদ্যা নিকেতনত ভয়ংকৰ ঘটনা

November 30, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: