Winter Session Of Parliament Will Start On December 4:অহা ৪ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

parliament

Winter Session Of Parliament Will Start On December 4:

সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব অহা ৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে ৷

ইতিমধ্যে ১৫ দিনৰ বাবে বহিব লগা শীতকালীন অধিৱেশনৰ কাৰ্যক্ৰমণিকা টুইটযোগে সদৰি কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে

উল্লেখ্য যে, এই শীতকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বিবেচনাৰ বাবে উত্থাপনৰ উপৰিও তিনি নতুন ফৌজদাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version