AIUDF Has Filed A Defamation Case Against Chief Minister In The GHC:আজমলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা কটু মন্তব্য সন্দৰ্ভত

উচ্চ ন্যায়ালয়ত এ আই ইউ ডি এফৰ মানহানি গোচৰ

ajmal

AIUDF Has Filed A Defamation Case Against Chief Minister In The GHC:

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ এ আই ইউ ডি এফ ৷ উল্লেখ্য যে,দুদিন পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ সন্মুখত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কৰিছিল কেতবোৰ কটু মন্তব্য ৷

‘আজমল মানেই চোৰ, আজমল মানেই ধৰ্ষণকাৰী’ আদি মন্তব্যৰ অভিযোগ কৰি শুক্ৰবাৰে এ আই ইউডি এফে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে
মানহানি গোচৰ তৰে ৷

Exit mobile version