Deadbody Received In Noonmati Sunsali:মহানগৰীৰ নুনমাটিৰ চূণশালিৰ বালিচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰক্তাক্ত হৈ থকা মৃতদেহটো ৰাতুল দাস নামৰ এজন গাড়ী চালক

deadbody recovered

Deadbody Recoverd In Noonmati Sunsali:

মহানগৰীৰ নুনমাটি আৰক্ষী থানাৰ নিলগৰ চূণশালিৰ বালিচৰত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

উদ্ধাৰ হোৱা মৃতদেহটো ৰাতুল দাস নামৰ যুৱকৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ৰাতুল দাস পেছাত এজন গাড়ী চালক ৷ আনহাতে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা তিনি কিলোমিটাৰ দূৰত উদ্ধাৰ হৈছে ৰাতুল মটৰ চাইকেল খন ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা পৰিয়ালৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে ৷ দুস্কৃতিকাৰীয়ে হত্যা কৰি এইদৰে বালিচৰত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷

নুনমাটি আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে জি এম চিএইছলৈ

Exit mobile version