Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lamding  Junction Railway Station :লামডিং ৰেলৱে জংচনত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক পৰিদৰ্শন : ৰেলৰ সাধাৰণ ডবাত যাত্ৰী সৈতে মত বিনময়

ৰেলৰ সাধাৰণ ডবাত যাত্ৰী সৈতে মত বিনময়, ষঠ পূজা উপল্লক্ষে ১৫ খন নতুন বিশেষ ৰেলৰ সুবিধা যাত্ৰীৰ বাবে,  তিনিচুকীয়া পৰা বহি:ৰাজ্য লৈ তিনি খন নতুন ৰেল সেৱা

publisher by publisher
November 18, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Lamding  Junction Railway Station :লামডিং ৰেলৱে জংচনত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক পৰিদৰ্শন : ৰেলৰ সাধাৰণ ডবাত যাত্ৰী সৈতে মত বিনময়
5
SHARES
47
VIEWS
ShareShareShareShare

Lamding  Junction Railway Station :

লামডিং ৰেলৱে ষ্টেচনত হঠাৎ ৰেলৱে বিষয়াৰ এটা দলৰ পৰিদৰ্শন । ষঠ পূজাৰ উপলক্ষে আজি লামডিং ৰেলৱে ষ্টেচনৰ পৰিদৰ্শন কৰিবলৈ ৰেলৱে মাণ্ডলীক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ, জেষ্ঠ্য মাণ্ডলীক বাণিজ্যিক প্ৰবন্ধক কপিঞ্জল কিশোৰ শৰ্মা , চিনিয়ৰ ডি এম ই সুলভ বিষ্ট, সহ আৰ পি এফ সহকাৰী আৰক্ষী অধীক্ষক গৰাকী তথা আৰক্ষী প্ৰশাসন উপস্থিত হয়হি। অহা শনি আৰু দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষ লগতে অসমতো পালন কৰিব সূৰ্য দেৱতা ষঠ পূজা ।

ADVERTISEMENT

সেই উপলক্ষে আজি সন্ধিয়া প্ৰবন্ধক গৰাকীয়ে ৰেল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে যাত্ৰীবাহী ৰেলটো পৰিদৰ্শন কৰে । ডিব্ৰগড় লালগড় অৱধ আচাম এক্সপ্ৰেছ খনৰ সাধাৰণ দবা আৰু শীতল দবাত যাত্ৰীৰ সৈতে মত বিনিময় কৰে ।

RelatedPosts

Chhath Puja : ষট্ পূজাৰ নিশা পাণ্ডু ঘাটত মুখ্যমন্ত্ৰী

শালবাৰীত বেঁকী নৈৰ পাৰত ষট পূজা উপলক্ষে উদুলি মুদুলি পৰিৱেশ

ৰেলত যাত্ৰী সকলে কোনো ধৰণৰ সমস্যা সন্মুখীন হলে ৰেল বিভাগক অৱগত কৰাৰ লগতে ৰেলত যদি কোনো যাত্ৰীয়ে সুৰা তথা ধুমপান কৰে তেনে ক্ষেত্ৰত কৰ্মৰত আৰ পি এফ জোৱান সকলক অৱগত কৰিবলৈও অনুৰোধ জনায় ।

আনফালে ষঠ পূজাৰ উপলক্ষে অসমৰ পৰা বহি:ৰাজ্য লৈ যাত্ৰা কৰা যাত্ৰী সকলৰো খবৰ লোৱাৰ লগতে শুভেচ্ছা বৰ্তাও জনাই । ইয়াৰোপৰি ষঠ পূজাৰ বাবে যাত্ৰী সকলৰ সুবিধাৰ্থে মুঠ ১৫ খন বিশেষ ৰেল চলাচল কৰোৱাৰ লগতে বহি:ৰাজ্যলৈ তিনিচুকীয়া পৰা গৌৰখপুৰ , ডিব্ৰগড়ৰ পৰা গৌৰখপুৰ আৰু নিউ তিনিচুকীয়া পৰা মধুবানী লৈ তিনিখনকৈ নতুন ৰেলসেৱা মুকলি কৰে । যাত্ৰীৰ সুবিধাৰ্থে দৈনিক চলাচল কৰা কেইবাখনো ভাৰতীয় ৰেলত নতুনকৈ দবা সংযোগ কৰিছে বুলিও জানিবলৈ দিয়ে মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chhath PoojaInter stateLamding  Junction Railway StationSpecial Train
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d