Assam Govt Education :ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে ১২ দিনৰ ছুটী !

vipasana cousse

Assam Govt Education :

ৰাজ্য চৰকাৰে শিক্ষক সকলৰ বাবে বিশেষ ছুটী ঘোষণা কৰিছে ৷ ইতিমধ্যে শিক্ষা বিভাগ আৰু সৰ্বশিক্ষা অভিযানে জাৰি কৰা জাননী অনুসৰি শিক্ষক সকলে বিশেষ পাঠ্যক্ৰমৰ বাবে লাভ কৰিব বিশেষ বাৰদিনীয়া ছুটী

বিপাসনা’ৰ পাঠ্যক্ৰমৰ বাবে দহদিনীয়া আৰু লগতে আহ-যাহৰ বাবে দুদিন ছুটী দিয়া হৈছে সংশ্লিষ্ট শিক্ষক সকলৰ বাবে ৷

উল্লেখ্য যে,অসম বিপাসনা ট্ৰাষ্টৰ অধীনত গুৱাহাটীৰ চন্দ্ৰপুৰ কেন্দ্ৰত দহদিনীয়া ‘বিপাসনা’ পাঠ্যক্ৰম অনুষ্ঠিত কৰা হৈছে ৷

ইতিমধ্যে চৰকাৰী ছুটী লাভ কৰা সংশ্লিষ্ট শিক্ষক প্ৰশিক্ষাৰ্থী সকলে এই পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাইছে ৷

Exit mobile version