Sibsagar Treasury Officer Suspended:শিৱসাগৰৰ কোষাগাৰ বিষয়াক নিলম্বন

কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা অপৰাধত নিলম্বন সঞ্জীৱ বৰাক

sivsagar

Sibsagar Treasury Officer Suspended:

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন বিত্তীয় বিভাগৰ ৷ পেন্সনাৰ, হিতাধিকাৰীৰ বিল অনুমোদনৰ নামত ধন দাবী আৰু কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা অপৰাধত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিত্তীয় বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক ৷

উল্লেখ্য যে,কোষাগাৰ প্ৰাধিকাৰীৰ বিৰুদ্ধে প্ৰায়ে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

মনকৰিবলগীয়া যে, সঞ্জীৱ বৰা কোষাগাৰ প্ৰাধিকাৰীৰ উপৰিও শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷

Exit mobile version