Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 APSC Scam :এপিএছচিৰ ভয়ংকৰ কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন

কেলেংকাৰীৰে জড়িত সকলো বিষয়াক নিলম্বনৰ প্ৰস্তুতি দিছপুৰৰ, এছ আই টিৰ তদন্তত বহু দিশ উন্মোচিত

publisher by publisher
December 1, 2023
in Uncategorized
Reading Time: 2 mins read
0
APSC Scam: এপিচিত বক্ৰপথেৰে নিযুক্তি লাভ কৰা দুজনক গ্ৰেপ্তাৰ এছআইটিৰ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

 APSC Scam :

বহুচৰ্চিত এপিএছচি কেলেংকাৰীৰে জড়িত সকলো বিষয়াক নিলম্বন কৰাৰ
প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দিছপুৰে ৷ ৩৭ জন ৰাজপত্ৰিত বিষয়াক দুই -এদিনৰ ভিতৰক নিলম্বন কৰিব ৰাজ্য চৰকাৰে ৷

ADVERTISEMENT

উল্লেখ্য যে,এপিএছচি কেলেংকাৰী সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰাৰ পাছত সকলো তথ্য উন্মোচিত হোৱাত তদন্তকাৰী গোটে নিকা তদন্তৰ খাতিৰত অভিযুক্ত বিষয়া সকলক তৎকালেই নিলম্বন কৰাৰ যাবতীয় প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰলৈ ৷

শেহতীয়াকৈ এছ আই টিৰ প্ৰস্তাৱ চৰকাৰে গুৰুত্ব সহকাৰে লৈ সকলো অভিযুক্ত বিষয়াক শীৰ্ঘেই নিলম্বন কৰাৰ যো- জা চলাইছে ৷

সেই অনুসৰি ১৫ জনক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে দিছপুৰে ৷ নিলম্বিত অভিযুক্ত ৰাজপত্ৰিত বিষয়া সকল হ’ল হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিপাংকৰ দত্ত লহকৰ ,বঙাইগাঁৱৰ অতিৰিক্তআৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ) নিতুমণি দাস, অসম আৰক্ষী হেডকোৱাৰ্টাৰত কৰ্মৰত অতিৰিক্তআৰক্ষী অধীক্ষক ৰুমী তিমুংপী,দক্ষিণ শালমাৰাৰঅতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়)ফাৰুক আহমেদ,কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ)কল্যাণ কুমাৰ দাস,চিএম ভিজিলেঞ্চ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুল প্রদীপ হাজৰিকা,

কাহিলীপাৰাস্থ অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নীলাঞ্জল গগৈ, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনস্থ মধ্যম আৰক্ষী জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিনী কাকতি,ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক( মুখ্য কাৰ্যালয়)অনল জ্যোতি দাস, যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম বাঞ্চ)শ্বাহজাহান সৰকাৰ,ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা ৷

ইয়াৰ পূৰ্বে চাৰিজন এচিএছ বিষয়াক চৰকাৰে নিলম্বন কৰিছিল ৷ তেওঁলোক হ’ল যোৰহাটৰ এডিচি আকাশী দুৱৰা,ধিঙৰ এডিচি হীতেশ মজুমদাৰ,এচিএছ বিষয়াদ্বয় ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু ধীৰাজ কুমাৰ জৈন ৷

উল্লেখ্য যে,ইতিমধ্যে এছ আইচি আই ডি য়ে তলৱ কৰা যোৰহাটৰ এডিচি আকাশী দুৱৰাক মাৰাথন জেৰা অব্যাহত ৰাখিছে বিশেষ তদন্তকাৰী গোটটোৱে ৷ শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি আজিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে আকাশী দুৱৰাক ৷

ইপিনে চি আই ডিয়ে তলৱ কৰা এএছচি ধীৰাজ কুমাৰ জৈনো আজি উপস্থিত নহ’ল তদন্তকাৰী গোটৰ সন্মুখত ৷ জানিব পৰা মতে, অসুস্থতাৰ দোহাই দি হাজিৰ নহল ৰাজপত্ৰিত বিষয়াগৰাকী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSC ScamAssam Govtsuspension Order 0F 11APS 0FFICERSuspention Order of 4 Acs Officer
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d