Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ

hbs 1

Appointment Letter Distribution Programme In Sankardev kalakhetra:

ৰাজ্য চৰকাৰৰ একলাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ দিশত আৰু এখোজ আগুৱাই শুক্ৰবাৰে ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

এই উপলক্ষে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লোকনিৰ্মাণ বিভাগৰ ২৪০গৰাকীক আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৫৯৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰে ৷

অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাস সহ ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version