Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Amrit Kalash Yatra:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান

ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

publisher by publisher
October 26, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Amrit Kalash Yatra:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান
1
SHARES
11
VIEWS
ShareShareShareShare

Amrit Kalash Yatra:

:ৰাজ্য চৰকাৰৰ উদ্যোগত বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷

ADVERTISEMENT

এই উপলক্ষে আয়োজিত ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷

RelatedPosts

Lok Kalyan Diwas: ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত লোকপ্রিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উদযাপন

Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন

Registration fee for building purchase increased to 40 per cent:অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য

amrit kalash yatra 1অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সভাখনৰ আতঁধৰি কয় ,আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “মোৰ মাটি মোৰ দেশ” কাৰ্য্যসূচীৰ অন্তৰ্গত ‘অমৃত কলহ” যাত্ৰাৰ ৰাজ্যিক অনুষ্ঠানৰ জৰিয়তে  সামৰণি পৰে অমৃত কলহ যাত্ৰাৰ ৷

বহুজনৰ ত্যাগ আৰু আহুতিৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই ত্যাগ আৰু প্ৰান আহুতি দিয়া শ্ৰদ্ধাৰ ব্যক্তি সকলৰ সন্মানাৰ্থে দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষক স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাবে উদযাপন কৰি ইতিহাসৰ সেই স্বর্ণীল ইতিহাস, সংস্কৃতি আৰু প্ৰাপ্তিক নৱ প্ৰজন্মৰ সন্মুখত উদ্ভাসিত কৰি তুলিব বিচৰা হৈছিল।

amrit kalash yatra 3এই স্বাধীনতা অমৃত মহোৎসৱৰ চূড়ান্ত কাৰ্যসূচী হৈছে- ‘মোৰ মাটি মোৰ দেশ’ । সমগ্ৰ দেশৰ লগতে মুখ্যমন্ত্ৰী ড°‌ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ বীৰ সকলৰ স্মৰণত প্ৰান্তে প্রান্তে শিলা ফলকৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ লগতে পঞ্চপ্ৰাণ শপত, বীৰৰ বন্দনা, বসুধা বন্দনা আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী লোৱা হৈছিল।

“মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ জৰিয়তে যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ ৰাজ্যৰে প্ৰায় ২৬,০৯৮ খন গাৱৰ প্ৰতিঘৰৰ পৰা মাটি সংগ্ৰহ কৰা হয়।

amrit kalash yatra 2এই ক্ষেত্ৰত আত্মসহায়ক গোট, জীৱিকা সখী, স্থানীয় যুৱক-যুৱতী, ক্রীড়া সংগঠন, আশা কর্মী সকলে সক্রিয়ভাবে মাটি সংগ্রহ কার্য্যত ওতঃপ্ৰোত ভাৱে জড়িত হৈ এই কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মন্ত্ৰী বৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভাষণত ৷

উল্লেখ্য যে,এক মাটি এক শোভাযাত্ৰাৰে গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ লৈ অহা হৈছিল । এই শোভাযাত্ৰাত সৰ্বসাধাৰণ জনতাৰ লগতে মন্ত্রী, বিধায়ক, সাংসদ সকলেও অংশ গ্ৰহণ কৰিছিল।

এই মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় আৰু নগৰৰ পৌৰসভা আদিৰ কাৰ্য্যালয়ত একত্ৰিত কৰি দুটাকৈ কলহত ভৰোৱা হৈছিল । এই কাৰ্য ৮ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ সমগ্ৰ অসমতে কৰা হয় ।

আজি ৰাজ্যিক পৰ্যায়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ২৭০ স্থানৰ পৰা সৰ্বমুঠ ৫৪০ টা অমৃত কলহ কঢ়িয়াই অনা হৈছে । ইয়াৰে ২৭০ টা অমৃত কলহ প্রস্তাৱিত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে সংৰক্ষণ কৰা হ’ব।

বাকী ২৭০ টা অমৃত কলহ দেশৰ বীৰ সকলৰ সন্মানার্থে নিৰ্মান হ’ব লগা ‘অমৃত বাটিকা’ত ব্যৱহাৰৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হ’ব। আনুষ্ঠানিকভাৱে শুক্ৰবাৰে ৰে’লযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব প্ৰথমটি কলহ ৷

আজিৰ সামৰণি অনুষ্ঠানত মন্ত্ৰীদ্বয় অতুল বৰা, ডা:ৰণোজ পেগু আৰু ইউ জি ব্ৰক্ষ্ম,মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

উল্লেখ্য যে,শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানতে ৰাজ্যৰ পৌৰ নিকায় সমূহৰ পৰা সংগ্ৰহ কৰা হয় দুটাকৈ কলহ ৷ মুঠ সংগৃহীত কলহৰ সংখ্যা ৫৪০ টা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrit Kalash Yatraclosing ceremony programmeGovernor Gulab Chand KatariaSrimanta Sankaradeva Kalakshetra
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d