Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Behind This Compassion For The Capitalists:পুঁজিপতিলৈ এই দৰদৰ আঁৰত

#প্রাঞ্জলসেন ডেকা

publisher by publisher
December 11, 2023
in News, Assam, India
Reading Time: 2 mins read
0
Behind This Compassion For The Capitalists:পুঁজিপতিলৈ এই দৰদৰ আঁৰত
2
SHARES
20
VIEWS
ShareShareShareShare

Behind This Compassion For The Capitalists:

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

বেংকৰ ঋণ পৰিশোধত ব্যর্থ হোৱা বিভিন্ন ব্যক্তি তথা প্রতিষ্ঠানলৈ জাৰি কৰা ৰাজহুৱা জাননী বাতৰি কাকতসমূহত নিয়মীয়াকৈ প্রকাশ পায়। সাধাৰণতে ঋণৰ বিনিময়ত বন্ধকত থোৱা ঘৰ-মাটি আদি স্থাৱৰ সম্পত্তি বিক্ৰীৰ উদ্দেশ্যেই এই জাননীসমূহ প্রকাশ কৰা হয়। তেনে বহু জাননীলৈ লক্ষ্য কৰিলে দেখা যায় যে কেতবোৰ লোকে তেনেই সামান্য পৰিমাণৰ ঋণৰ ধন পৰিশোধ কৰিব নোৱৰাৰ পৰিণতিত নিজৰ শেষ সম্বলকণো হেৰুৱাবলগীয়া হয়। ইয়াৰ বিপৰীতে প্ৰতি বছৰে ভাৰতীয় বেংকসমূহে লক্ষ লক্ষ কোটি টকাৰ ঋণ ৰেহাই দি আহিছে কেতবোৰ পুঁজিপতিক।

RelatedPosts

দেশত পাৰিবাৰিক ঋণ ৪২ শতাংশ বৃদ্ধি

চৰকাৰী ঋণ লাভৰ সহজ সমাধান জনসমর্থ প’র্টেল

AssamGovt Loan:ৰাজ্যত বিত্তীয় সংকট !

ঋণ গ্রহণকাৰীসকলে সেই ঋণ পৰিশোধ কৰিব নোৱাৰিব বুলি ধৰি লৈ সেয়া ৰেহাই দিয়া হৈছে। সংসদৰ চলিত শীতকালীন অধিবেশনত বিত্ত ৰাজ্যমন্ত্রীয়ে দাখিল কৰা তথ্য অনুসৰি যোৱা পাঁচ বছৰত ভাৰতীয় বেংকসমূহে ১০.৬ লাখ কোটি টকাৰ ঋণ নিজৰ নিজৰ হিচাপৰ পৰা মচি পেলাইছে, অর্থাৎ ‘ৰাইট অফ’ কৰিছে। কেৱল বিগত ২০২২-২৩ বিত্তীয় বর্ষতে ২.০৯ লাখ কোটি টকাৰ ঋণ এনেদৰে ‘ৰাইট অফ’ কৰা হৈছে। ইয়াৰে ১.০৯ লাখ কোটি টকাৰ ঋণ আছিল বৃহৎ উদ্যোগ গোষ্ঠীৰ।

বিভিন্ন সময়ত প্রকাশ পোৱা তথ্য অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত ন বছৰীয়া শাসনকালত ভাৰতীয় বেংকসমূহে এনেদৰে ১৪.৫১ লাখ কোটি টকাৰ ঋণ মচি পেলাইছে। লক্ষ্যণীয়ভাবে ইয়াৰে অর্ধেকৰো বেছি ঋণ মুষ্টিমেয় পুঁজিপতি উদ্যোগপতিৰ। এষাৰ কথা আছে যে ধন লুটৰ বাবে বেংক ডকাইতি কৰাটো এতিয়া এক পুৰণি ধাৰণা।

নতুন কৌশল হৈছে বেংক প্রতিষ্ঠা কৰা অথবা বেংকৰ স’তে জড়িত হোৱাটো। চৰকাৰৰ সুহৃদ পুঁজিপতিসকলে এই কথাকে প্রমাণ কৰিছে। হেজাৰ হেজাৰ কোটি টকাৰ ঋণ আদায় কৰিও বিভিন্ন কূটকৌশলৰে তাক পৰিশোধৰ পৰা বিৰত আছে আৰু শেষত তাৰ পৰা ৰেহাই লাভ কৰিছে। কাগজৰ হিচাপ-নিকাচৰ কাৰচাজিৰ জৰিয়তেই এনেদৰে ৰাজহুৱা ধন সৰকোৱাৰ সুযোগ লাভ কৰিলে বেংক ডকাইতিৰ প্রয়োজনেই বা ক’ত? কোৱা বাহুল্য যে ইয়াৰে গৰিষ্ঠ সংখ্যকেই ইচ্ছাকৃতভাবে ঋণ পৰিশোধৰ পৰা বিৰত থাকে আৰু আন একাংশই বিভিন্ন প্রবঞ্চনাৰে সেই ঋণৰ ধন আত্মসাৎ কৰে।

একাধিক ব্যক্তিগত খণ্ডৰ বেংকে সাধাৰণ গ্রাহকৰ জমা পুঁজিৰ জৰিয়তে কিদৰে ভয়াবহ দুর্নীতি সংঘটিত কৰিছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে। তদুপৰি হেজাৰ হেজাৰ কোটি টকাৰ ঋণ মঞ্জুৰৰ নামত কোনো কোনো বেংকৰ শীর্ষ পদাধিকাৰী তথা মর্যাদাসম্পন্ন ব্যক্তিও কিদৰে ভয়াৱহ দুর্নীতিত লিপ্ত হৈছে, সেয়াও শেহতীয়া সময়ছোৱাত পোহৰলৈ আহিছে।

বেংকৰ এনে ঋণ ৰেহাইৰ প্রক্রিয়াক লৈ দেশত যথেষ্ট বিতৰ্কৰ সূত্রপাত হৈ আহিছে যদিও তাৰ পৰিমাণ হ্রাস পোৱা নাই। হিচাপ-নিকাচ আৰু শব্দৰ কাৰচাজিৰেই এনে প্রক্রিয়া অব্যাহত ৰখা হৈছে। উদ্দেশ্যটো ঋণ ৰেহাইতে আবদ্ধ যদিও সময় আৰু পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগ ধৰণৰ শব্দ প্রয়োগ কৰা হয়, যাতে বিতৰ্কৰ উত্তৰ দিবলৈ সহজ হয়।

এইবোৰ বিষয় সাধাৰণ জনতাৰ বিশেষ বোধগম্য নোহোৱাৰ সুযোগ গ্রহণ কৰি কেতিয়াবা নতুন শব্দ, কেতিয়াবা নতুন প্রক্রিয়া আৰু কেতিয়াবা নতুন হিচাপ-নিকাচ প্রদর্শন কৰি এনে ধন লুটৰ প্ৰক্ৰিয়াক বৈধ কৰূপ প্রদান কৰা হৈ আহিছে। কাৰচাজি বুলি কোৱাৰ এটি উদাহৰণ দাঙি ধৰিছো। ২০১৭-১৮ বিত্তীয় বর্ষলৈ ভাৰতীয় বেংকসমূহৰ অনুৎপাদনশীল সম্পদ (এনপিএ) ১০.২০ লাখ কোটি টকা আছিল।

২০২২-২৩ত সেয়া ৫.৫৫ লাখ কোটি টকালৈ হ্রাস পোৱা বুলি দাবী কৰা হয় চৰকাৰীভাবে। (একেৰাহে ৯০ দিন ধৰি ঋণৰ বিপৰীতে আদায় দিবলগীয়া বেংকৰ দেয়ক পৰিশোধ নকৰিলে সেই একাউন্টক এনপিএ চিনাক্ত কৰা হয়। তাৰ পাছত তিনি-চাবিটা পর্যায় পাৰ হ’লে তাক লোকচানৰ সম্পদ বুলি কোৱা হয়।

চাৰি বছৰত সকলো ধৰণৰ বিচাৰ-বিবেচনাৰ পাছতো ঋণ অথবা সুত পৰিশোধ কৰা নহ’লে তেনে ব্যক্তি বা উদ্যোগ প্রতিষ্ঠানৰ সেই ঋণ ‘ৰাইট অফ’ অর্থাৎ বেংকৰ হিচাপৰ পৰা মচি পেলোৱাৰ পৰ্যায় আহি পৰে।) দৰাচলতে প্ৰতি বছৰে লক্ষ লক্ষ কোটি টকাৰ ঋণ হিচাপৰ বহীৰ পৰা মচি পেলোৱা বাবেহে বেংকসমূহৰ এনপিএৰ হাৰ নিম্নগামী হৈছে, ইয়াৰ বিপৰীতে বেংকসমূহৰ লভ্যাংশ বৃদ্ধি পোৱা নাই। মচি পেলোৱা ঋণৰ হিচাপ ধৰিলে এনপিএৰ অনুপাত হয় ৭.৪৭ শতাংশ; অথচ বেংকে দেখুৱাইছে ৩.৯ শতাংশ বুলি।

উল্লেখ্য যে ইউপিএ চৰকাৰৰ দ্বিতীয়টো কার্যকালত ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্রতি বছৰে ৩৫ হেজাৰ কোটিৰ পৰা ৫০ হেজাৰ কোটি টকা লাভ অর্জন কৰিছিল। পৰৱৰ্তী ২০১৫-১৬ৰ পৰা ২০১৯-২০ৰ চাৰিটা বিত্তীয় বৰ্ষত একেবোৰ বেংকে দুই লক্ষ কোটি টকাৰ অধিক লোকচানৰ মুখ দেখিবলগীয়া হয়, কাৰণ বেংকসমূহে এনপিএৰ বোজা বহন কৰিবলগীয়া হৈছিল। তেনেদৰেই ২০১৪ৰ ৩১ মাৰ্চত ভাৰতীয় বেংকসমূহৰ এনপিএ ২.৫১ লাখ কোটি টকাৰ পৰা ২০১৮ৰ মাৰ্চত ৯.৬৩ লাখ কোটি টকালৈ বৃদ্ধি হয়। অর্থাৎ চাৰি বছৰতে ই চাৰি গুণ জাঁপ মাৰে।

মোদী চৰকাৰৰ প্রথমছোৱাত প্রধানমন্ত্রী প্রমুখ্যে শীর্ষ নেতাসকলে সদম্ভে দাবী কৰিছিল যে এই চৰকাৰৰ কার্যকালত কোনেও বেংকৰ ঋণ আত্মসাৎ কৰিব নোৱাৰে। বৰঞ্চ বৰ্তমানৰ তুলনাত যথেষ্ট কম হ’লেও বেংকৰ এনপিএৰ বাবে পূৰ্বৰ ইউপিএ চৰকাৰকে দোষাৰোপ কৰা হৈছিল; কিন্তু বিগত ন বছৰৰ চৰকাৰী হিচাপে সম্পূর্ণ পৃথক ছবি এখনহে দাঙি ধৰিছে।

সেইবাবেই এইবোৰ বিষয়ক লৈ এতিয়া আৰু উচ্চ বাচ্য শুনিবলৈ পোৱা নাযায়। তদুপৰি বেংকৰ লক্ষ লক্ষ কোটি টকা প্রৱঞ্চনাৰে আত্মসাৎ কৰি বিদেশত আশ্রয় গ্রহণ কৰা চৰকাৰৰ ঘনিষ্ঠসকলৰ সম্পৰ্কতো এতিয়া নীৰৱতা অবলম্বন কৰা পৰিলক্ষিত হৈছে। ব্যাখ্যা নিষ্প্রয়োজন যে এক প্রক্রিয়াগতভাবে বৃহৎ কর্প বেট গোষ্ঠীসমূহে এনেদৰে লক্ষ লক্ষ কোটি টক সৰকাই নিছে।

প্রথমে বিভিন্ন বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ আদায় কৰা হৈছে আৰু পাছত তাক পৰিশোধ কৰিব নোৱৰা এনপিএকপে চিহ্নিত কৰি সেই ঋণ ‘ৰাইট অফ’ কৰি দিয়া হৈছে। অধিকাংশ ক্ষেত্রতে সেই ঋণৰ ধন ঘোষিত উদ্দেশ্যৰ পৰিবর্তে আন ক্ষেত্ৰলৈ হস্তান্তৰ কৰা হয়। তাৰ বাবে নির্ধাৰিত নীতি-নিয়মসমূহ দেখদেখকৈ উলংঘা কৰা হয় যদিও চৰকাৰৰ শীৰ্ষমহলৰ আশীর্বাদত অনায়াসেই সেই ঋণ মঞ্জুৰ হৈ যায়। এনে বহু ব্যক্তি তথা প্রতিষ্ঠানৰ স’তে ক্ষমতাসীন মহলৰ ঘনিষ্ঠতা দেশবাসীৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই।

এই কথা ঠিক যে সকলো এনপিএ ইচ্ছাকৃত নহয় আৰু সেই বাবেই সমুদায় ঋণৰ ধনৰ পৰিমাণৰ বিপৰীতে একৰ পৰা দুই শতাংশ এনপিএ আন্তর্জাতিকভাবে স্বীকৃত। তাৰেই সামান্য এটা অংশ নিয়ন্ত্ৰণৰ বাহিৰৰ বিভিন্ন কাৰণৰ বাবে মচি পেলোৱাটো গ্রহণযোগ্য। আন্তর্জাতিক মুদ্রা নিধিৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি মার্কিন যুক্তৰাষ্ট্ৰত সমুদায় ঋণৰ বিপৰীতে এনপিএৰ হাৰ এক শতাংশ, কানাডাত ০.৪ শতাংশ, চীন আৰু মালয়েছিয়াত ১.৭ শতাংশ। তাৰ বিপৰীতে ৰাছিয়াত এই হাৰ ৮.৩ শতাংশ আৰু ভাৰতৰ সাম্প্রতিক হাৰ প্ৰায় তাৰ সমানেই।

লক্ষ্যণীয় যে সৰ্বভাৰতীয় বেংক কর্মচাৰী সন্থাই মাত্র ১৩টা বৃহৎ এনে ঋণ ৰেহাইৰ প্রক্রিয়া অধ্যয়ন কৰি পোহৰলৈ আনে যে ইয়াৰ বিপৰীতে বেংকে ৪.৪৭ লাখ কোটি টকা হেৰুৱাবলগীয়া হয়। ঋণ ৰেহাইৰ পাছত সেই উদ্যোগকেইটা পানীৰ দামত চৰকাৰৰ ঘনিষ্ঠৰূপে পৰিচিত কেইটামান কৰ্প’ৰেট গোষ্ঠীৰ হাতত তুলি দিয়া হয়।

এনেদৰে বৃহৎ কৰ্প’ৰেট গোষ্ঠীক লক্ষ লক্ষ কোটি টকাৰে উপকৃত কৰাৰ বিপৰীতে সাধাৰণ গ্রাহক, কৃষক, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগ প্রতিষ্ঠানসমূহক সামান্য পৰিমাণৰ ঋণ পৰিশোধৰ বাবে বেংকসমূহে কিদৰে হাৰাশাস্তি কৰে তাৰ আমি বহুতেই ভুক্তভোগী।

সবাতোকৈ দুর্ভাগ্যজনক হৈছে এনচিআৰবিৰ তথ্য অনুসৰি এই একেখন দেশতে ২০২২ বর্ষত দৈনিক ১৫৪ জনকৈ কৃষক আৰু কৃষি শ্রমিকে অর্থাভারত আত্মহত্যা কৰে। ২০২১ত এই সংখ্যা আছিল দৈনিক ১৪৪ জন; অর্থাৎ প্রতি বছৰে কৃষক আৰু কৃষি শ্রমিকৰ আত্মহত্যাৰ কৰুণ ঘটনা বৃদ্ধি পাইছে। কৃষিখণ্ডত সম্মুখীন হোৱা বিভিন্ন সমস্যাৰ ফলত ফচলৰ উৎপাদন হ্রাস পোৱাৰ পৰিণতিত বেংকৰ পৰা গ্ৰহণ কৰা যৎসামান্য ঋণ পৰিশোধত ব্যর্থ হৈয়ে এনে বৃহৎ সংখ্যক কৃষক আৰু কৃষি শ্রমিকে আত্মহত্যা কৰিবলগীয়া হোৱাৰ কথা কোনে নাজানে!

তেনেদৰেই পর্যাপ্ত পুঁজিৰ অভাৱ তথা ঋণৰ বোজাত দেশত বিগত দুই-তিনি বছৰতে ৫০ হেজাৰৰো অধিক ক্ষুদ্র আক মজলীয়া উদ্যোগ তথা ব্যবসায়িক প্রতিষ্ঠান বন্ধ হৈ গৈছে, অথচ এইবোৰ খণ্ডৰ সমস্যাসমূহক চৰকাৰে যথোচিত গুৰুত্ব প্রদান কৰা নাই আৰু সেই বাবেই পৰিস্থিতি অধিক গুৰুতৰ হৈ গৈছে দিনে দিনে। এনেদবে বন্ধ হোবা উদ্যোগ তথা ব্যবসায়িক প্রতিষ্ঠানত কর্মবত লক্ষ লক্ষ লোকে জীৱিকা হেৰুৱাইছে আৰু সেইসকলৰ পৰিয়ালে দিনতে অন্ধকাৰ দেখিছে।

অসমৰ বেলিকা পৰিস্থিতি অধিক ভয়াবহ। চৰকাৰে কৈ আহিছে যে সকলোৰে বাবে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। গতিকে ব্যৱসায়-বাণিজ্য আৰু ক্ষুদ্র উদ্যোগ ক্ষেত্রত যুৱক- যুৱতীসকলে মনোনিবেশ কৰিব লাগে; কিন্তু এনেবোৰ ক্ষেত্ৰত যে মূলধন অপৰিহাৰ্য তাৰ ব্যাখ্যা নিষ্প্রয়োজন। আমাৰ উদ্যোগী যুৱক-যুৱতীসকলে এই ক্ষেত্রত কেনেদৰে হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে সেই কথা কোনেও নজনা নহয়। বেংকলৈ অহা-যোৱা কৰিও সামান্য পৰিমাণৰ ঋণো পাবলৈ সক্ষম নোহোৱা হেতুকে সৰহ সংখ্যকেই হতাশ হৈ উদ্যোগ- বাণিজ্য ক্ষেত্ৰত প্ৰৱেশৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে।

আনহাতে, তেনেবোৰ বেংকেই বৃহৎ উদ্যোগপতিক হেজাব হেজাৰ কোটি টকাৰ ঋণ দিয়াই কেবল নহয়, সেই ঋণৰ পৰা যথা সময়ত বিভিন্ন কৌশলেৰে ৰেহাই দিছে। বেংক জাতীয়কৰণৰ মূল উদ্দেশ্য আছিল নিম্ন আয়ৰ লোকসকলকো বেংকৰ ঋণৰ সুযোগ দিয়াটো; কিন্তু ক্ৰমাৎ পৰিস্থিতি অধিক শোচনীয়হে হৈ পৰিছে আৰু বেংক জাতীয়কৰণৰ উদ্দেশ্য লক্ষ্যভ্রষ্ট হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CapitalistsCompassionIndian BankLoanNpa
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d