Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বোকাজান জিলা গ্ৰামোন্নয়ন বিভাগত ব্যাপক বিত্তীয় খেলিমেলি

publisher by publisher
July 17, 2020
in Assam, News
Reading Time: 1 min read
0
বোকাজান জিলা গ্ৰামোন্নয়ন বিভাগত ব্যাপক বিত্তীয় খেলিমেলি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

যিসময়ত পৰিৱৰ্তনকামী চৰকাৰে চবকা সাথ চবকা বিকাশ নীতিৰে সৰ্বসাধাৰণক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সেইসময়তেই কাৰ্বি আংলং জিলা গ্ৰামোন্নয়ন বিভাগৰ বোকাজান উন্নয়ন খণ্ডত সংঘটিত হৈছে বৃহৎ বিত্তীয় কেলেংকাৰী ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত দৰিদ্ৰ লোকৰ বাবে আবণ্টিত গৃহ নিৰ্মাণত সংঘটিত হৈছে এই অনিয়ম ৷ বিশেষকৈ বোকাজান উন্নয়ন খণ্ডৰ অধীনৰ দেওপানী পৰিষদীয় সমষ্টিত ৰাজনৈতিক প্ৰভাৱ আৰু পাকচক্ৰত পৰি সমগ্ৰ আঁচনিখনেই বুমেৰাংত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে বোকাজান উন্নয়ন খণ্ডৰ অধীনত থকা বোকাজান, বৰজান, সৰুপথাৰ আৰু দেওপানী পৰিষদীয় সমষ্টিৰ বাবে ২০১৯-২০ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত দ্বিতীয় স্তৰত আবণ্টিত হৈছিল ১০৬৭ টা গৃহ আৰু তাৰে ১০৬৩ টা গৃহৰ প্ৰথম পৰ্যায়ৰ ধন ইতিমধ্যেই মোকলাই দিয়ে বিভাগটোৱে ৷ মোকলাই দিয়া এই ধনৰ ৬৭৯ টায়েই আছিল দেওপানী গ্ৰাম্য উন্নয়ন পৰিষদৰ অন্তৰ্গত ৷ প্ৰতিটো গৃহৰ বাবে আবণ্টিত মুঠ ধনৰ পৰিমাণ এক লাখ ত্ৰিশ হাজাৰ টকা যি তিনিটা পৰ্যায়ত হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হয় ৷ এই নিয়মৰ ভিত্তিতেই উক্ত আবণ্টিত গৃহ সমূহৰ প্ৰথম পৰ্যায়ৰ ধন মুঠ বত্ৰিশ হাজাৰ পাঁচশ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰে গ্ৰামোন্নয়ন বিভাগে ৷

নিয়ম অনুসৰি এই টকা পোৱাৰ পাছতেই হিতাধিকাৰীয়ে গৃহ নিৰ্মাণ কৰি প্ৰয়োজনীয় নথি পত্ৰ বিভাগক প্ৰদান কৰে আৰু দ্বিতীয়, তৃতীয় পৰ্যায়ৰ ধন ক্ৰমে হিতাধিকাৰীৰ একাউণ্টত জমা হয় ৷ কিন্ত পাৰ্বত্য জিলা কাৰ্বি আংলংৰ বহু হিতাধিকাৰীৰ বাসস্থান দূৰ্গম অঞ্চলত হোৱাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে কিছুমান বিক্ৰীদাৰ বিভাগীয় ভাবে অনুমোদন জনাই প্ৰতিটো গৃহ নিৰ্মাণৰ বাবে সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্দেশ দিয়ে যাৰে গইনা লৈ শেহতীয়াভাৱে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷বোকাজান উন্নয়ন খণ্ডৰ অধীনৰ দেওপানীত সংঘটিত এই ঘটনাই এতিয়া বিপাঙত পেলাইছে জিলা গ্ৰামোন্নয়ন বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদক ৷ উল্লেখযোগ্য যে দেওপানী গ্ৰাম্য উন্নয়ন পৰিষদৰ গৃহসমূহত গৃহ নিৰ্মাণৰ সামগ্ৰী যোগানৰ দায়িত্বত আছিল অনুমোদন প্ৰাপ্ত বিক্ৰীদাৰ মেচাৰ্চ নৱনিৰ্মাণ ষ্ট্ৰাকচাৰ এণ্ড ৰোডছ প্ৰাইভেট লিমিটিড নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠানটো কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ দেওপানী পৰিষদীয় সমষ্টিৰ অধীনৰ সদস্য মুকুট মহন্তৰ পত্নী অৰ্পিতা ৰয়ৰ নামত আছে ৷

ৰাজনৈতিক প্ৰভাৱেৰে শক্তিমন্ত্ৰ এই প্ৰতিষ্ঠানটোৱে হিতাধিকাৰীৰ বেংক একাউন্টত প্ৰথম কিস্তিৰ ধন সোমোৱাৰ পাছতেই প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা বেংকৰ ধন উলিওৱা পত্ৰত স্বাক্ষৰ লৈ তেওলোকই গৃহ নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দি বেংকৰ পৰা সমুদায় ধন উলিয়াই আনে ৷ কিন্ত তাৎপৰ্যৰ বিষয় যে নিয়ম অনুসৰি প্ৰথম পৰ্যায়ৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে খণ্ড উন্নয়ন বিষয়া আৰু হিতাধিকাৰীৰ যুটীয়া স্বাক্ষৰত যোগান ধৰা সামগ্ৰীৰ বিনিময়ত অনমোদিত বিক্ৰীদাৰৰ বেংক হিচাপত ধনৰ হস্তান্তৰ হ’ব লাগে, কিন্ত নীতিবহিভূৰ্ত ভাৱে সামগ্ৰী যোগান নধৰাৰ আগতেই কেনকৈ বিক্ৰীদাৰে হিতাধিকাৰীৰ প্ৰথম পৰ্যায়ৰ সমুদায় ধন নিজৰ বেংক হিচাপলৈ হস্তান্তৰ কৰিলে সি বিচাৰ্যৰ বিষয় ৷ এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱত বিভাগীয় গাফিলতি থকাৰ কথা নিশ্চিত হৈছে ৷

এইদৰে অবৈধভাৱে ধন হস্তান্তৰ কৰাৰ পাছতো উল্লিখিত প্ৰতিষ্ঠানটোৱে গৃহ নিৰ্মাণটো বাদেই প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ পৰাও বিৰত থাকে ৷ ইপিনে উপায়হীন গ্ৰামোন্নয়ন বিভাগে এই প্ৰসঙ্গত এঘাৰ মাৰ্চ তাৰিখে উক্ত বিক্ৰীদাৰ প্ৰতিষ্ঠানটোলৈ এক জাননী প্ৰেৰণ কৰি ২০ মাৰ্চৰ ভিতৰত হিতাধিকাৰী সকলক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে অন্যথাই প্ৰতিষ্ঠানটোৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে জাননী খনত ৷ এই জাননীৰ পাছতেই প্ৰতিষ্ঠানটোৱে প্ৰতি হিতাধিকাৰীক ৭৫০ চপৰা ইটা আৰু কিছু শিলগুটি, ৰ’ড যোগান ধৰে যাৰ মূল্য দহৰ পৰা পোন্ধৰ হাজাৰ টকাৰ ভিতৰত হ’ব ৷ কিন্ত বেংকৰ ৰছিদত স্বাক্ষৰ লোৱাৰ সময়ত গৃহ নিৰ্মাণ কৰি দিম বুলি সমুদায় ধন লৈ লোৱা প্ৰতিষ্ঠানটোৱে পাঁচ মাহ উকলি যোৱাৰ পাছতো নিৰ্মাণ কাৰ্যত হাত নিদিয়াত ক্ষুদ্ধ হৈ পৰিছে হিতাধিকাৰী সকল ৷

আমাৰ অনুসন্ধান কালত ভূক্তভোগী হিতাধিকাৰী সকলে অভিযোগ কৰে যে ৰাজনৈতিক নেতাৰ পত্নীৰ অধীনত হোৱা বাবেই প্ৰতিষ্ঠানটোৱে এনে মইমতালি প্ৰদৰ্শন কৰি কোটিৰ ওপৰত টকা আত্মসাৎ কৰাৰ সাহস লাভ কৰিছে ৷ আনকি একাংশ গাওঁবাসীয়ে জনায় যে মাথো ২০১৯-২০ বৰ্ষই নহয় বিগত ২০১৬-১৭ আৰু ২০১৮ বৰ্ষৰো বহু আবাস গৃহ সম্পূৰ্ণ নহল ৷ এই ক্ষেত্ৰত হিতাধিকাৰী সকলে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ হস্তক্ষেপ বিচাৰিছে ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ স্বতন্ত্ৰ বিভাগ হিচাবে পৰৱৰ্তী সময়ত পৰিষদৰ গ্ৰমোন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীৰ ভূমিকা কি হ’ব সেয়া লক্ষণীয় হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d