Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰ্থিক সংকটঃ জমা পুঁজিৰেই পৰিচালনা হৈছে শ্ৰীশ্ৰী বটদ্ৰৱা থান

ক'ভিডসৃষ্ট পৰিস্থিতিত আৰ্থিকভাৱে জুৰুলা ইতিহাস প্ৰসিদ্ধ থান

publisher by publisher
October 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
আৰ্থিক সংকটঃ জমা পুঁজিৰেই পৰিচালনা হৈছে শ্ৰীশ্ৰী বটদ্ৰৱা থান
6
SHARES
64
VIEWS
ShareShareShareShare

RelatedPosts

Conflict between two management committees at Batadrava Than: দুখন সমিতিৰ অৰিয়া-অৰিত স্থৱিৰ বটদ্ৰৱা থানৰ উন্নয়ন

Srimanta Sankardev:আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি

বটদ্ৰৱা থানাৰ অগ্নিসংযোগৰ অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ

ADVERTISEMENT

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ বাবে আৰ্থিকভাৱে খুবেই জুৰুলা হৈ পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বটদ্ৰৱা থান । বছৰৰ ১২টা মাহৰ প্ৰতিটো দিনতেই ৰাজ্যখনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী আৰু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা, নিতৌ হৰি নামৰ ধ্বনিত মুখৰিত হৈ থকা ইতিহাস প্ৰসিদ্ধ বটদ্ৰৱা থানখন বিগত ২০২০ত প্ৰায় ছমাহ আৰু চলিত বৰ্ষতো চৰকাৰে বলৱৎ কৰা তলাবন্ধৰ পৰাই বলৱৎ কৰা সান্ধ্য আইনৰ লগতে চৰকাৰে নতুন এছঅ’পি মৰ্মে যোৱা ১৩মে’ৰ পৰা ১৭আগষ্ট পৰ্যন্ত পৰ্যটক, তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখা হৈছিল । যিহেতু থানখন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ দান-বৰঙণি আৰু শৰাইৰ লগত দিয়া অৰিহণাৰ ধনেৰেই পৰিচালিত হয় সেয়েহে দুটাকৈ বছৰত ন মাহৰো অধিক কাল তলাবন্ধ, চৰকাৰৰ এছঅ’পি অনুসৰি থানখন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখাত পৰৱৰ্তী সময়ত থানখন আৰ্থিক সংকটত পৰিবলগা হয় । অৱশ্যে দৌল মহোৎসৱত কে’বা লাখো টকাৰ বৰঙণি সংগ্ৰহ হৈছিল । এতিয়া সেই ধন আৰু থানৰ জমা পুঁজিকেই খৰছ কৰি থকা হৈছে ।

আগতে স্বাভাৱিক সময়ত থানখনত মাহিলী দুইৰ পৰা আঢ়ৈ লাখ টকা অৰিহণাৰ পৰাই সংগ্ৰহ হৈছিল । প্ৰতি তিনি মাহৰ মূৰত অৰিহণাৰ বাকচ খুলিলে পাঁচ-ছয় লাখ টকা পৰ্যন্ত ওলাইছিল । ইয়াৰ উপৰি থানখনলৈ অহা একাংশ বিশেষ ভক্তৰ বিশেষ বৰঙণিৰ পৰাও মোটা অংকৰ ধন জমা হৈছিল। কিন্তু থানখনৰ আয়ৰ পথ সুদীৰ্ঘ সময় ৰুদ্ধ হৈ পৰাত থানখন পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।

ক’ভিড বিধি মানি থানখন পৰিচালনা কৰিব লগা হোৱাত এতিয়া দৈনিক তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ সংখ্যাও সীমিত। সেয়েহে সংগৃহীত অৰিহনাৰ পৰিমাণো পূৰ্বৰ তুলনাত যথেষ্ট কম । সেয়েহে আগৰ জমা ধনৰেই থানখন পৰিচালনা কৰি থকা হৈছে।

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই জনোৱা মতে, আমি বটদ্ৰৱা থানৰ কৰ্মচাৰী-সেৱক, চাফাই কৰ্মচাৰীক মাহিলী মাননিৰ বাবদ প্ৰতি মাহে প্ৰায় এক লাখ টকা আদায় দিব লাগে । উল্লেখ্য যে, বটদ্ৰৱা থানত দুজন কাৰ্যালয় সহায়ক, এজন কম্পিউটাৰ অপাৰেটৰ, এজন ইলেক্ট্ৰেচিয়ান, কীৰ্তন ঘৰৰ সেৱক, নৈবেদ্য গৃহৰ সেৱক, পৰ্যটন নিৱাসৰ তত্বাবধায়ক, চাফাই কৰ্মচাৰীসহ মুঠ ২৭জন‌ কৰ্মচাৰী-সেৱক আছে । ইপিনে, থানখনত লাইটৰ বিল, জেনেৰেটৰৰ তেল, অন্যান্য আনুসংগিক খৰচৰ নামতো ২০-২৫হেজাৰ টকা খৰচ হয় ।

ইপিনে, মাহ-প্ৰসাদৰ বাবে মগু-বুট,‌ কল, ফলমূল আদি ক্ৰয় কৰাৰ বাবতো প্ৰতিমাহে প্ৰায় ৬০হেজাৰ টকা খৰচ হয় । থানখনৰ বৰ্তমানৰ আৰ্থিক সংকটৰ বাবে থানৰ জমা পুঁজিৰে বিগত দুটা বছৰে উন্নয়নৰ কামো হাতত ল’ব পৰা নাই ।

সম্প্ৰতি চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি বটদ্ৰৱা থানলৈ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী, ভক্তৰ আগমন ঘটিছে যদিও এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই ।‌ ইয়াৰ মাজতে গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত চৰকাৰী এছঅ’পি মানি চলি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩সংখ্যক জন্মোৎসৱ অনুষ্টুপীয়াকৈ অয়োজন কৰা হৈছে । পুৱা ঊষা কীৰ্তন, নিত্যনৈমিত্তিক ১৪ প্ৰসঙ্গ, গুৰুচৰিত পাঠ, দিহা নাম আদি কাৰ্যসূচী হাতত লোৱা হৈছে যদিও অংকীয়া নাট, বৃহৎ পৰিসৰৰ ধৰ্মালোচনী সভাৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি থান পৰিচালনা সমিতিৰ সম্পাদক বৰুৱাই জনাইছে ।
‌
অৱশ্যে গুৰুজনাৰ ৫৭৩সংখ্যক জন্মোৎসৱ উপলক্ষে থান চৌহদত ১৫ অক্টোবৰৰ সন্ধিয়া ৫৭৩গচী বন্তি প্ৰজ্বলন কৰি থান চৌহদ উজ্বলাই তোলা হ’ব বুলিও বৰুৱাই কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Batadrava Than
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d