Sit Raid In Sukanya Das Residence:কাৰাৰুদ্ধ এএছপি সুকন্যা দাসৰ বাসগৃহত এছ আইটিৰ অভিযান

মহানগৰীৰ মালিগাঁওস্থ বাসগৃহত পুৱাৰে পৰা আৰম্ভ অভিযান

sukanya das

Sit Raid In Sukanya Das Residence:

এপিএছচিত বক্ৰপথৰে চাকৰি লোৱা এপিএছ সুকন্যা দাসৰ গুৱাহাটী মহানগৰীৰ মালিগাঁৱস্থ বাসগৃহত মঙলবাৰে পুৱাৰে পৰা অভিযান চলাই চিআইডিৰ এছ আই টি-এ ৷

উল্লেখ্য যে,বহুচৰ্চিত এপিএছচি কেলেংকাৰিত জড়িত থকা সুকন্যা দাসে ধন দি চাকৰি লোৱাৰ অভিযোগত ইতিমধ্যেই এছ আইটিয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

বৰ্তমান এছ আই টিৰ জিন্মাত থকা নিলম্বিত ৰাজপত্ৰিত বিষয়া গৰাকীৰ পৰা এছ আই টিয়ে অভিযান চলাই কি কি উদ্ধাৰ কৰিছে জানিব পৰা হোৱা নাই ৷

Exit mobile version