Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC SCAM:ADCP Sukanya Das Arrested:এপিএছচিত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ গুৱাহাটীৰ এডিচিপি সুকন্যা দাস

বিশেষ ন্যায়াধীশৰ আদালতে পাঁচদিনৰ জিন্মাত দিলে এছআইটিক

publisher by publisher
December 4, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
APSC SCAM:ADCP Sukanya Das Arrested:এপিএছচিত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ গুৱাহাটীৰ এডিচিপি সুকন্যা দাস
6
SHARES
58
VIEWS
ShareShareShareShare

RelatedPosts

Chargesheet:শুকুৰবাৰে দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট

CID HQ:চিআইডি হেড কোৱাৰ্টাৰত হাজিৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিট্টাল

CID HQ:এছ আই টিৰ তলব বিশিষ্ট সাহিত্যক সাহিত্যিক ড° ৰীতা চৌধুৰী

APSC SCAM:ADCP Sukanya Das Arrested:

বহুচৰ্চিত এপিএছচিত বক্রপথেৰে চাকৰি কৰা আৰু এজন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰে চিআইডিৰ বিশেষ আৰক্ষী গোটে ৷ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ ক্ৰাইম বাঞ্চৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত হিচাপে কৰ্মৰত সুকন্যা দাসক গ্ৰেপ্তাৰ সোমবাৰে গ্ৰেপ্তাৰ কৰে এছ আই টি- এ ৷

ADVERTISEMENT

সুকন্যা দাসক এছ আই টি- এ গ্ৰেপ্তাৰ কৰি পোনে পোনে স্বাস্থ্য পৰীক্ষা কৰি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে পাঁচদিনৰ বাবে এছ আই টিৰ জিন্মাত দিয়ে ৷

উল্লেখ্য যে, ছখন বহীৰ সলনি আটকাধীন বিষয়া গৰাকীৰ আছিল চাৰিখন বহী ৷ ইয়াৰে দুখন বহী ভুৱা বুলি নিশ্চিত কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷

মনকৰিবলগীয়া যে, এপিএছচি কেলেংকাৰীত ইতিমধ্যেই সাঙোৰ খাইছে বহু কেইগৰাকী নাম সাঙোৰ । এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকীক। আনে লিখা উত্তৰবহীৰে এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লৈছিল দাসে।

উদ্থাপিত অভিযোগ অনুসৰি ৰাকেশ দাসৰ পিতৃৰ স’তে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ সূত্ৰে বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া ৰূপে নিযুক্তি পাইছিল ৰাকেশ দাস ৷

আনহাতে বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া হোৱা ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি ইতিপূৰ্বে প্ৰেৰণ কৰে জেল হাজোতলৈ ৷

এছ আই টিয়ে তলৱ কৰা আৰু কেবাজনো এপিএচ আৰু এচিএছ বিষয়াক দুই এদিনতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ADCP Sukanya Das ArrestedAPSC ScamSIT
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d