SIT Summons APS officers:পুনৰ ২ ৰাজপত্ৰিত বিষয়াক তলব এছ আই টিৰ

cid office

SIT Summons APS officers:

এপিএছচি নিযুক্তি কেলেংকাৰীত ইতিমধ্যে নিলম্বিত হোৱা নিতুমণি দাস আৰু ঋতুৰাজ দলেক চিআইডি হেডকোৱাৰ্টাৰত হাজিৰৰ নিৰ্দেশনা জাৰি এছ আই টিৰ ৷ দুই নিলম্বিত ৰাজপত্ৰিত বিষয়াক ১৪ ডিচেম্বৰত হাজিৰৰ নিৰ্দেশ ৷

উল্লেখ্য যে, নিতুমণি দাস বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হোৱাৰ বিপৰীতে ঋতুৰাজ দলে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কাৰ্যৰত হৈ আছিল ৷

স্মতৰ্ৱ্য যে, নিলম্বিত ৰাজপত্ৰিত বিষয়াদ্বয়ৰ বিৰুদ্ধে বক্রপথেৰে চাকৰি লোৱাৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম সন্নিৱিষ্ট হৈছিল ৷

Exit mobile version