Poppy Seized In Guwahati Railway Station:গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ পপী ফুল

poppy 1

Poppy Seized In Guwahati Railway Station:

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ পপী ফুল ৷ কইম্বাটোৰ এক্সপ্ৰেছযোগে সৰবৰাহ কৰা ফুলখিনি সৰবৰাহকাৰীয়ে আনিছিল বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত নিদিষ্ট দবাত ৷

জব্দকৃত পপী ফুলখিনিৰ বজাৰমূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি সদৰি কৰে ৰে’ল আৰক্ষীয়ে ৷

উল্লেখ্য যে,নিষিদ্ধ পপী ফুল খিনি ম্যানমাৰৰ পৰা মণিপুৰ হৈ পাছত ৰে’লৰ জৰিয়তে সৰবৰাহ কৰিছিল সৰবৰাহকাৰীয়ে ৷ অৱশ্যে এই সংক্ৰান্তত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰে’ল আৰক্ষী ৷

Exit mobile version