LDa Suspension In Mankachar CO:মানকাচৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক নিলম্বন

মাটিৰ কাম-কাজৰ নামত উৎকোচ লোৱাৰ অভিযোগ

suspention

LDa Suspension In Mankachar CO:

মাটিৰ কাম-কাজৰ নামত উৎকোচ লোৱাৰ অভিযোগত নিলম্বন মানকাচৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক আখেৰুজ্জামান ৷

উল্লেখ্য যে,ঘোচখোৰ সহায়ক জনে মুকলিকৈ ঘোচ লোৱাৰ দৃশ্য ইতিমধ্যে হৈছিল ভাইৰেল ৷ যাৰবাবে দক্ষিণ শালমাৰাৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আজি চাকৰিৰ পৰা নিলম্বিত কৰে ৷

আনহাতে নিলম্বিত খকুৱা কাৰ্যালয় সহায়ক আখেৰুজ্জামানৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে দক্ষিণ শালমাৰাৰ বিভিন্ন দল- সংগঠনে ৷

Exit mobile version