Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

kamrup Metro Dist Commissioner Will Visit The People:ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই

১৭ ডিচেম্বৰত দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা আয়ুক্ত, ৰাইজক প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাত বিশেষ গুৰুত্ব সুমিত ছাত্তাৱানৰ

publisher by publisher
December 15, 2023
in India, Assam, News
Reading Time: 1 min read
0
kamrup Metro Dist Commissioner Will Visit The People:ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই
1
SHARES
11
VIEWS
ShareShareShareShare

kamrup Metro Dist Commissioner Will Visit The People:

ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে৷ যোৱা ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনাৰ লগতে খৰতকীয়া নিস্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

ADVERTISEMENT

জিলা আয়ুক্তগৰাকীয়ে আগন্তুক একোটাকৈ দেওবাৰে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ এটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহি ৰাজহ চক্ৰটোৰ ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব ৷ সেই অনুসৰি অহা ১৭ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত জিলা আয়ুক্তগৰাকী বশিষ্ট চাৰিআলিত থকা দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব ৷

RelatedPosts

No Content Available

উল্লেখ্য যে দায়িত্ব গ্ৰহণৰ পাছতে বিষয়া-কৰ্মচাৰীৰ সৈতে হোৱা এখন বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজৰ দাবী আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল ৷

ৰাইজে তেওঁলোকৰ মূল্যবান সময় নষ্ট কৰি যাতে প্ৰাপ্য সেৱাৰ বাবে কাৰ্যালয়লৈ অহা-যোৱা কৰি থাকিবলগীয়া নহয় তাৰ বাবে জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে নিজেও অধিক কষ্ট কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছিল ৷

ইয়াৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে দেওবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dc Will Be Present At The Four CO Officekamrup Metro Dist CommissionerLiaten To The Objections Of The Public
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d