SCERT Scam: এছ চি ই আৰ টিৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

ias officer arrested

SCERT Scam:

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ গুৱাহাটী বিশেষ ন্যায়াধীশৰ আদালতৰ ৷ এছ চি ই আৰ টিৰ পুঁজিৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত আছিল শেৱালী দেৱী শৰ্মা।

ADVERTISEMENT

সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে শেৱালী দেৱী শৰ্মা। উল্লেখ্য যে, এছচিইআৰটিৰ কেলেংকাৰীত নাম সাঙোৰ খাই ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছিল এছচিইআৰটিৰ বহু বিষয়া-কৰ্মচাৰীৰ উপৰিও আৰটিআই কৰ্মীৰ লগতে সাংবাদিকো। একেলগে কেলেংকাৰীৰ স’তে জড়িত হৈছিল শেৱালী দেৱী শৰ্মাৰ জোৱায়েকো ৷

Exit mobile version