Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam is burdened with Debt of 24.4 Percent of the State’s GDP:ৰাজ্যৰ জিডিপিৰ ২৪.৪ শতাংশ ধাৰৰ বোজাত ককবকাইছে অসমে

মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৬৭ লাখ কোটি, ফ'বছ ইণ্ডিয়াৰ সমীক্ষাত্মক প্রতিবেদনত অসমৰ শোচনীয় অৰ্থনীতিৰ নগ্ন প্ৰকাশ, গুজৰাট-মহাৰাষ্ট্ৰ-কৰ্ণাটক-ওড়িছা-চত্তিছগড়-তেলেংগানাতকৈ অধিক অসমৰ ঋণৰ পৰিমাণ, ৰাজ্যৰ সামগ্রিক মূলধনী ব্যয় মাথোঁ ২৩,৮২২ কোটি টকা

publisher by publisher
September 27, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Assam is burdened with Debt of 24.4 Percent of the State’s GDP:ৰাজ্যৰ জিডিপিৰ ২৪.৪ শতাংশ ধাৰৰ বোজাত ককবকাইছে অসমে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Assam is burdened with Debt of 24.4 Percent of the State’s GDP:

ধাৰৰ বোজাৰে গুজৰাট,মহাৰাষ্ট্ৰ, কৰ্ণাটক, ওড়িছাৰ দৰে উদ্যোগিক তথা উৎপাদনী ক্ষেত্ৰত আগৰণুৱা ৰাজ্যকো চেৰ পেলালে অসমে।

ADVERTISEMENT

চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ২৪.৪ শতাংশই ধাৰ বুলি ঠাৱৰ কৰা হৈছে। ফ’বছ ইণ্ডিয়া’ৰ শেহতীয়া অর্থনৈতিক বিশ্লেষণাত্মক প্রতিবেদনত উন্মোচিত হৈছে অসমৰ শোচনীয় অৰ্থনীতিৰ নগ্ন প্ৰতিচ্ছবি।

অসমৰ তুলনাত বৃহৎ ৰাজ্যসমূহৰ ধাৰৰ বোজা অধিক বুলি ৰাজ্য চৰকাৰে বাৰম্বাৰ বিভিন্ন ক্ষেত্ৰত ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰি থকাৰ সময়ত জিডিপিৰ বিপৰীতে ধাৰৰ বোজাৰে দেশৰ ছখনকৈ বৃহৎ অৰ্থনীতিৰ ৰাজ্যক চেৰ পেলাইছে অসমে। লক্ষ্যণীয় যে ৰাজ্যখনত মূলধনী বিনিয়োগ ব্যয়ৰ বিপৰীতে ৰাজহ ব্যয়ৰ পৰিমাণ অত্যধিক হোৱাৰ পৰিণতি স্বৰূপে অসমৰ অৰ্থনীতিত ধাৰৰ বোজা ক্রমাৎ ঊর্ধ্বগামী হোৱাৰ দিশটো স্পষ্ট হৈছে।

উল্লেখ্য যে ফ’বছ ইণ্ডিয়াৰ ‘উন্নয়ন বনাম ধাৰ’ শীৰ্ষকভাৰতৰ বিভিন্ন ৰাজ্যৰ জিডিপিৰ অনুপাতে ধাৰৰ পৰিমাণ সম্পর্কীয় প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে অসমৰ জিডিপি অনুপাতে ধাৰৰ বোজা চলিত ২০২৩ -২৪ বিত্তীয়বৰ্ষত ২৪.৪ শতাংশলৈ ঊর্ধ্বগামী হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ অৰ্থনীতিৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিমাণ ৫.৬৭ লাখ কোটি টকা ঠাৱৰ কৰা হৈছে।

প্ৰতিবেদনৰ মতে, অসমৰ লগতে দেশৰ আন ৰাজ্যসমূহৰ ক্ষণৰ বোজা বৃদ্ধিৰ মূলতেই হ’ল আন্তঃগাঁথনি উন্নয়নত ব্যয়, সামাজিক কল্যাণকামী আঁচনি আৰু ৰাজহুৱা সেবামূলক কাম-কাজৰ বায় বুদ্ধি।

সমান্তৰালকৈ আন ৰাজ্যৰ লগতে অসমৰো মুঠ ব্যয়ৰ বিপৰীতে ৰাজহ সৃষ্টিৰ হাৰ নিম্নগামী হোৱাৰ সূত্রে বাজেট ঘাটিয়ে ৰাজ্যখনক ধৰুৱা ৰাজ্যত পৰিণত কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা ধাৰৰ বোজা বৃদ্ধিৰ আন এক অন্যতম কাৰণ হ’ল জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ৰাজনৈতিক হেঁচাত মাত্ৰাধিক ব্যয় বৃদ্ধি।

উল্লেখ্য যে জনপ্রিয়তা বৃদ্ধিৰ বাবে অসমতো ৰাজনৈতিক হেঁচাত ৰাজকোষৰ পৰা প্ৰতি মাহে ব্যয় কৰা বৃহৎ অংকৰ পুঁজিয়ে ৰাজ্যৰ অর্থনীতিক বৰুৱা কৰাত অন্যতম অৰিহণা যোগাইছে।

চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত অসম চৰকাৰে বিভিন্ন শিতানত কৰা ব্যয়ৰ পৰিসংখ্যাত উল্লেখ কৰিছিল যে ৰাজ্যৰ প্ৰায় ২২ লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে বেংক একাউন্টৰ জৰিয়তে প্ৰতিমাহে নগদ ধন আদায় দিয়া এই আঁচনিখনৰ নামত ৰাজকোষৰ পৰা চলিত বিত্তীয় বৰ্ষত ব্যয় হ’ব অভিলেখ সংখ্যক ৩.৪২০ কোটি টকা।

উল্লেখ্য যে ৰাজ্যৰ অৰ্থনীতিত মূলধনী ব্যয়ৰ বিপৰীতে ৰাজহ ব্যয় বৃদ্ধিও ধাৰৰ বোজা বৃদ্ধিৰ আন এক অন্যতম কাৰণ বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ প্ৰস্তাৱিত ৰাজহ ব্যয়ৰ পৰিমাণ হ’ল ১,১১,৩৩৭ কোটি টকা। ১.১১ লাখ কোটি টকা ৰাজহ ব্যয়ৰ বিপৰীতে অসমত চলিত বিত্তীয় বৰ্ষত মূলধনী ব্যয় মাথোঁ ২৩,১২২ কোটি টকা।

মূলধনী ব্যয়ৰ পৰিমাণ তেনেই নগণ্য হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আন্ত:গাঁথনি উন্নয়ন তথা সম্পদ সৃষ্টিত দেশৰ আন ৰাজ্যৰ তুলনাত পিছ পৰি ৰৈছে অসম।

জিডিপিৰ অনুপাতে চলিত বিত্তীয় বৰ্ষত প্ৰস্তাৱিত ঋণৰ বোজাৰ তালিকাত অসমৰ পৰিসংখ্যা ২৪.৪ শতাংশ ধাৰ্যৰ বিপৰীতে ওড়িছাৰ ধাৰৰ বোজা হ’ল জিডিপিৰ মাথোঁ ১৩.১ শতাংশহে। একেদৰে সততে গুজৰাটৰ দৰে বৃহৎ অর্থনীতিৰ ৰাজ্যই অসমতকৈ কে’বাগুণে অধিক পৰিমাণৰ ঋণ লয় বুলি ৰাজ্য চৰকাৰে অসমে গ্ৰহণ কৰা ঋণৰ সপক্ষে যুক্তি দশাই অহাৰ সময়তে গুজৰাটৰ ধাৰৰ পৰিমাণ হ’ল জিডিপিৰ মাথোঁ ১৪.৯ শতাংশহে।

আকৌ মহাৰাষ্ট্ৰৰ ধাৰৰ বোজা জিডিপিৰ ১৮.২ শতাংশ, কৰ্ণাটকৰ ২৩ শতাংশ, চত্তিছগড়ৰ ২৩.৮ শতাংশ আৰু তেলেংগানাৰ ধাৰৰ বোজা জিডিপিৰ ২৩.৮ শতাংশহে। এই ৰাজ্যকেইখনতকৈ অসমৰ ধাৰৰ বোজা তুলনামূলকভাৱে যথেষ্ট বেছি।

অৱশ্যে অসমতকৈ জিডিপিৰ বিপৰীতে ধাৰৰ বোজা অধিক থকা ৰাজ্যও আছে তালিকাখনত। দেশৰ ভিতৰতে সর্বাধিক ঋণত পোত গৈ থকা ৰাজ্যখনেই হল চুবুৰীয়া অৰুণাচল প্রদেশ। অৰুণাচলৰ ধাৰৰ পৰিমাণ হ’ল জিডিপিৰ ৫৩ শতাংশ। আকৌ ৪৬.৮ শতাংশৰে দ্বিতীয় স্থাপন আছে পঞ্জাব, ৪১.৬ শতাংশৰে তৃতীয় স্থানত নগালেণ্ড, ৪০ শতাংশৰে চতুৰ্থ স্থানত মণিপুৰ, ৩৯.৯ শতাংশৰে পঞ্চম স্থাপন মেঘালয় আৰু ৩৯ শতাংশৰে ষষ্ঠ স্থানত আছে হিমাচল প্রদেশ।

অৱশ্যে এই ৰাজ্যকেইখনৰ ভিতৰত পঞ্জাবক বাদ দি আন কেউখন ৰাজ্যই হ’ল অৰ্থনৈতিক দিশেৰে অসমতকৈ সৰু ৰাজ্য। উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষৰ বাবে অসমৰ প্ৰস্তাৱিত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ হাৰ ৫.৬৭ লাখ কোটি টকাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ৩৮.৭৯ লাখ কোটি টকা, গুজৰাটৰ ২৫.৬২ লাখ কোটি টকা, ওড়িছাৰ জিএছডিপিৰ হাৰ হ’ল ৮.৬৫ লাখ কোটি টকা।

ফ’বছ ইণ্ডিয়াৰ প্ৰতিবেদনখনত সংশ্লিষ্ট ৰাজ্যকেইখনৰ ধাৰৰ বোজা বৃদ্ধি পোৱাৰ বাবে কেতবোৰ কাৰক চিহ্নিত কৰা হৈছে। বিশেষকৈ অর্থনৈতিক বৈষম্যতা, ৰাজ্যখনৰ বিত্তীয় নীতি, ভৌগোলিক কাৰক, বিশেষকৈ জনসংখ্যা বৃদ্ধি, বাহ্যিক (প্রাকৃতিক দুর্যোগে সৃষ্টি কৰা পৰিস্থিতি) আৰু আঞ্চলিক বৈষম্যৰ বাবে ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ অনুপাতে বাৰৰ বোজা অধিক হোৱাৰ সুযোগ থাকে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ধাৰৰ বোজা বৃদ্ধিৰ কাৰণ কি?

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ জিডিপিৰ অনুপাতে ধাৰৰ বোজা বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি ফ’বছ ইণ্ডিয়াৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসম, অৰুণাচল আৰু উত্তৰ-পূবৰ আন ৰাজ্যকেইখনত দিনে দিনে ধাৰৰ বোজা বৃদ্ধিৰ মূলতে হ’ল অৰ্থনৈতিক বৈষম্য, সীমিত উদ্যোগীকৰণ, ঠেক ভূখণ্ড আৰু বর্ধিত জনসংখ্যা।

উল্লেখ্য যে উদ্যোগীক ক্ষেত্ৰত দেশৰ আন ৰাজ্যৰ তুলনাত অসম তেনেই পিছপৰা। এক কথাত উৎপাদনী ক্ষেত্ৰত অসমৰ স্থিতি তেনেই শোচনীয় হোৱাৰ সূত্ৰে ৰাজহ উপাৰ্জনৰ পথো সীমিত।

স্বাভাৱিকতে হিতাধিকাৰী সৃষ্টিমূলক আঁচনিৰ ৰূপায়ণৰ নামত বৃদ্ধি পোৱা বাঘৰ জোৰা মাৰিবলৈ লোৱাৰ বিকল্প নোহোৱা হৈছে অসমৰ দৰে জিডিপিৰ হাৰেৰে তেনেই নিম্ন স্থানত থকা ৰাজ্যখনৰ।

ইফালে, ধাৰৰ বোজা তেনেই নগণ্য হোৱা বৃহৎ অর্থনীতিৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত থকা যোগাত্মক দিশসমূহ বিশ্লেষণ কৰি প্ৰতিবেদনখনত কোৱা হৈছে ছত্তিছগড়ৰৰ খনিজ পদার্থ খনন আৰু কৃষি খণ্ডই ৰাজ্যখনৰ জিডিপি বৃদ্ধিত টা অৰিহণা যোগাইছে। যাৰ ফলত গুণৰ বোজা নিম্নগামী হৈছে।

আনহাতে, কর্ণাটকত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ ব্যাপক উত্তৰণ আৰু ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশ বাবে অর্থনীতি টনকিয়াল হৈছে। একেদৰে মহাৰাষ্ট্ৰৰ অৰ্থনীতি উন্নয়নমুখী হোৱাৰ মূলতে হ’ল মুম্বাইকেন্দ্রিক অর্থনীতি।

আকৌ গুজৰাটৰ অর্থনীতিত প্রকৃত ইন্ধন যোগাই আহিছে বৃহৎ ঔদ্যোগিক ক্ষেত্ৰ আৰু সঠিক কৰ সংগ্ৰহ ব্যৱস্থাপনাই । যাৰ ফলত ৰাজ্যখনৰ জিডিপিৰ বিকাশ উন্নতত হৈছে, বিপৰীতে নিম্নগামী হৈছে ধাৰৰ বোজা।

সংখ্যাৰ দিশেৰে এনে বৃহৎ ৰাজ্যসমূহৰ স’তে অসমে তুলনা কৰাটো এইবাবেই ভ্ৰান্তৰূপে বিবেচিত হৈছে কিয়নো ৰাজ্যখনৰ ঊৰ্ধ্বমুখী জিডিপিৰ বিপৰীতে সেই ৰাজ্য খনে গ্ৰহণ কৰা ঋণৰ পৰিমাণ তেনেই নগণ্য ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam is burdenedDebt of 24.4 PercentForbes India ReportThe State's GDP
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d