Minister Piyush Hazarika, who was on a visit to Tittabor, suddenly fell ill:দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গৈছিল তিতাবৰলৈ যোৱা

মন্ত্ৰী পীযুষ হাজৰিকা হঠাতে অসুস্থ

pijush

Minister Piyush Hazarika, who was on a visit to Tittabor, suddenly fell ill:

দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে তিতাবৰলৈ যোৱা অৱস্থাত হঠাতে অসুস্থ হৈ পৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা

ইতিমধ্যে অসুস্থ মন্ত্ৰী গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত।

তীব্ৰ জ্বৰত আক্ৰান্ত হাজৰিকাৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে নিশ্চিত কৰে যে কণ্ঠনলীত কিছু অসুবিধা হৈছিল। যাৰবাবে তেওঁ জ্বৰ হয় ৷ অৱশ্যে এই ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই ৷ মাত্ৰ কিছু জিৰণি লোৱাৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ চিকিৎসকে ৷

Exit mobile version