STF Raid:মহানগৰীৰ কটাহবাৰীত এছ টি এফৰ অভিযানৰ অভিযান

দুই কেজি নকল সোণ আৰু জাল নোট

stf

STF Raid:

মহানগৰীৰ কটাহবাৰীত অসম আৰক্ষী এছ টি এফৰ মাৰাথন অভিযান ৷ বিশেষ সুত্ৰৰ পমখেদি অতৰ্কিতে চলোৱা অভিযানত জব্দ হয় দুই কেজি নকল সোণ আৰু জাল নোটৰ বাণ্ডিল ৷

এই সংক্ৰান্তত এছ টি এফে গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰী তিনিটা হ’ল জাগীৰ আলী , মুছফিকুৰ ৰহমান আৰু ছাহাৰ আলী ৷

ইতিমধ্যে ধৃত তিনি সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা চলাইছে এছ টি এফে ৷

Exit mobile version