Firing In Guwahati: মহানগৰৰীৰ সোণাইঘুলীত দিন-দুপৰতে গুলীচলনা

দুই জাঁই গুলীচলনা এজন যুৱকৰ, কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ

firing

Firing In Guwahati:

মহানগৰীৰ সোণাইবালীত দিন-দুপৰতে সংঘটিত গুলীচালনাৰ ঘটনা। এটা ধৰ্ষণকাণ্ডক লৈ সংঘটিত হয় এই ঘটনা ৷ ছয়মাইলৰ কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে উদ্থাপিত হৈছে ধৰ্ষণ কাণ্ডৰে জড়িত থকাৰ অভিযোগ।

গুলীচালনাত এজন লোকৰ হেলমেটত লাগে গুলী লগাৰ খবৰ। আনহাতে, গুলীচালনাৰ পাছতে এটা ঘৰৰ ভিতৰত সোমাই আত্মগোপন কৰে কুণাল ৰয় নামৰ যুৱকজন।

ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী। গুলীচালনা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

Exit mobile version