Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু

যাতায়াতৰ অনুপযোগী,লোকনিৰ্মাণৰ বিশেষ সচিব দিব্যজ্যোতি চহৰীয়াক সামৰি তদন্তৰ দাবী

publisher by publisher
January 22, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Six Mile flyover in dangerous condition:

অতি বিপজ্জনক হৈ পৰিছে মহানগৰীৰ ছয়মাইলস্থিত উৰণ সেতুখন। নিৰ্মাণৰ বিসংগতিৰ বাবে সৃষ্টি হোৱা এই পৰিস্থিতিত আনকি যিকোনো মুহূর্তত ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰো আশংকা বৃদ্ধি হৈছে সেতুখনত।

ADVERTISEMENT

বিগত ২০০৯ত ছিমপ্লেক্স নামৰ এটা প্রতিষ্ঠানে নিৰ্মাণ কৰা সেতুখনৰ নানান বিসংগতি যোৱা প্ৰায় চাৰি বছৰৰ পৰা বৃদ্ধি হয়। বিশেষকৈ ৰুক্মিণীগাঁৱৰ দিশৰ পৰা উঠি যোৱা অংশটোক কেন্দ্ৰ কৰি বিসংগতি সৃষ্টি হোৱা তথা বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। যানবাহনৰ চলাচল সঘনে সেতুখনৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছে।

ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তাৰ সূত্ৰই সদৰী কৰা অনুসৰি, উৰণ সেতুখনৰ দুই আৰু চাৰি নম্বৰ খুটা দুটাত দিন অতিবাহিত হোৱাৰ লগে লগে বিসংগতিও অধিক গুৰুতৰ হৈছে। তাক দূৰ কৰাৰ বাবে সঘনে মেৰামতিও কৰি থকা হৈছে। আনকি সেতুখনৰ ওপৰতে অহা-যোৱা দুয়োদিশে কাঠৰ দলং সাজিও যাতায়াত অব্যাহত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

তেনে ব্যৱস্থা কৰি সেতুখনৰ তলৰ দিশৰ পৰা মেৰামতি কৰা হৈছিল; কিন্তু সেয়াও কামত নাহিল। বর্তমানো সেতুখনৰ ৰুক্মিণীগাঁৱৰ দিশৰ পৰা উঠি যোৱা ৰাস্তাৰ বাঁও দিশটোৰে যানবাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। তেনে পৰিস্থিতিত সেতুখনৰ এটা অংশ ভাঙি পেলাবলগীয়া হ’ব পাৰে বুলিও বিভাগটোত চর্চা চলিছে। একে সময়তে সমস্যাটো সমাধানৰ বাবে ৰুক্মিণীগাঁৱত নির্মীয়মাণ উৰণ সেতুখন দীঘলীয়া কৰি নি ছয়মাইলৰ সেতুত সংযোগ কৰাৰো বিবেচনা কৰা হৈছে।

অৱশ্যে ইয়াৰ বাবে নক্সাৰ বহু সাল-সলনিৰ প্ৰয়োজন হোৱাৰ লগতে ব্যয়ো যথেষ্ট বৃদ্ধি পাব। সেয়েহে এই বিকল্প ব্যৱস্থাটোক সম্প্রতি একাষৰীয়া কৰি থৈ সেতুখনৰ চাৰি নম্বৰ খুটাটোত ধৰা পৰা বিসংগতি তলৰ পৰাই দূৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

উৰণ সেতুখনৰ অৱস্থাক লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰে বিশেষজ্ঞ অভিযন্তা জে এন খাটনিয়াৰে। তেওঁ কয়, ‘মই যি অৱস্থাত সেতুখনৰ এটা অংশ দেখিছো, সেয়া অতি বিপজ্জনক অৱস্থাত আছে। মই বহু ফাট প্রত্যক্ষ কৰিছো। কংক্রিট এনে নহয় যে জোৰা-টাপলিৰে বিসংগতিবোৰ আঁতৰ কৰিব পৰা যাব। গতিকে আগন্তুক দিনত দলংখন কিদৰে স্বাভাৱিক কৰি ৰাখিব পৰা যাব, সেয়া লক্ষ্যণীয় হ’ব। এই দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ। যথেষ্ট ওজন দলংখনে বহন কৰিব লাগে। গতিকে সেই মতে ব্যৱস্থা ল’ব লাগিব।’

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উৰণ সেতুখনৰ দুৰৱস্থাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে। সংগঠনটোৱে এক সংবাদমেলত বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে এখন উৰণ সেতু ন্যূনতম ৫০ বছৰ ভালদৰে চলিব লাগে। ইয়াৰ বিপৰীতে ১৪ বছৰ নৌহওঁতেই ছয়মাইলৰ উৰণ সেতুখনৰ দুৰৱস্থা গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। সংগঠনটোৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে কয়, ‘সেতুখন বাৰে বাৰে মেৰামতি কৰি থকা হৈছে। মেৰামতিৰ কাম কৰে গৌতম কনষ্ট্ৰাকছনে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৰাজহৰ অপব্যয় হৈছে।

২০০৯ত সেতুখন নিৰ্মাণৰ সময়ত ইয়াৰ দায়িত্বত আছিল অভিযন্তা তথা বর্তমান লোকনির্মাণ বিভাগৰ বিশেষ সচিব দিব্যজ্যোতি চহৰীয়া। তেওঁ কি অভিযান্ত্রিক কাম কৰিছিল যে মাত্রা এইকেইটা দিনৰ ভিতৰতে সেতুখন ইমান বিপজ্জনক হৈ পৰিছে। সেতু নিৰ্মাণৰ নামত বৃহৎ মুনাফাৰ অংক কৰা হৈছিল বুলি আমি আজি ভাবিবলৈ বাধ্য হৈছো। চৰকাৰে সেতুখনৰ দুৰৱস্থাক লৈ তদন্ত কৰাৰ লগতে দিব্যজ্যোতি চহৰীয়াকো সেই তদন্তৰ আওতালৈ আনিব লাগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APWDdangerous conditionGuwahatiSix Mile flyover
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d