Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত

পুতলা নাচেৰে "ৰাৱণ বধ"ৰ সফল মঞ্চায়ন

publisher by publisher
January 22, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Tragic stampede at Maha Kumbh Mela 2025:প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ পদপিষ্টৰ ঘটনাত গুৰুতৰভাৱে আহত অসমৰ এজন ভক্ত

Puppet dance performance at the Maha kumbh Mela:

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা চলি থকা “মহাকুম্ভ ২০২৫” ৰ যমুনা মঞ্চত অসমৰ লোক সম্পদ পুতলা নাচ প্ৰথমবাৰৰ বাবে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” মঞ্চস্থ হয়।

ADVERTISEMENT

পুতলা নাট খন পৰিৱেশন কৰাত সহযোগিতা আগবঢ়ায় ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চেণ্টাৰ ফৰ কালচাৰেল এণ্ড ৰিচাৰ্চ চেণ্টাৰে । অসমৰ পৰা হেৰাই যোৱা লোক কলা পুতলা নাচক ভাৰতৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশৰ সৰ্ববৃহৎ মেলা তথা উৎসৱ “মহাকুম্ভ ২০২৫”ত গুৰুত্ব প্ৰদান কৰাটো অসমৰ বাবে সৌভাগ্যৰ বিষয়।

নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ। পুতলা নাটখন লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়। “ৰাৱণ বধ” নাটখনে উপস্থিত থকা দেশ-বিদেশৰ আধ্যাত্মিক গুৰু-ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ।

পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল শিল্পীসকলে। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। “ৰাৱণ বধ” নাট খনত সকলো ৰসেই যেন “ৰাৱণ বধ” দেখুওৱা হৈছিল ৷

“ৰাৱণ বধ” নাটৰ ৰাম, সীতা, লক্ষণ, ৰাৱণ, সুৰ্পনাখা আৰু জতায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। হনুমানে লঙ্কাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই যথেষ্ট আমোদ দিছিল। হনুমানে লঙ্কা কাণ্ড জ্বলাই দিয়াত হনুমানৰ লগতে আধ্যাত্মিক গুৰু-ভক্ত সকলে থিয় হৈ প্ৰণাম জনায় “জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম” বুলি একেলগে উচ্চস্বৰে সেৱা জনাই স্মৰন কৰে।

ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত । সুৰ্পনাখাই ৰাম আৰু সীতাক মোহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰী লৈ ৰূপান্তৰ হোৱা কৌশল দেখি দৰ্শক সকল অভিভূত হৈছিল । লক্ষ্মণে সুৰ্পনাখাৰ নাক কটা দৃশ্য দেখি দৰ্শক মোহিত হৈছিল। সাগৰ চৰিত্ৰ দেখাবলৈ কাপোৰৰ জৰিয়তে পুতলা দেখাই দৰ্শকক মোহিত কৰিছিল ।

তেনে নাট সফল ভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাটখনৰ প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে আধ্যাত্মিক গুৰু সকলক । প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷

“ৰাৱণ বধ” নাটখনত সংগীত পৰিচালনা অভিজিৎ বৰ্মণৰ । নাটক খনত “মহাকুম্ভ ২০২৫” ৰ আধ্যাত্মিক পৰিবেশৰ লগত আধ্যাত্মিক সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, পলক কৈৰী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মাই। নাট খনত আলোক সজ্জা স্বপন দাসৰ। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, কৃতাৰ্থ শৰ্মা, অনিতা দেৱীৰ।

“ৰাৱণ বধ” নাট খনৰ চৰিত্ৰ সমূহত কণ্ঠস্বৰ স্বপন দাস, বিনীতা দেৱী, প্ৰদ্যুৎ বিকাশ দাস, নিৰ্মালি দেৱী, দেৱপ্ৰতিম গোস্বামী, প্ৰাণজিৎ প্ৰতীম কলিতা আৰু দক্ষিণা নাথৰ । “মহাকুম্ভ ২০২৫” ত উপস্থিত থকা আধ্যাত্মিক গুৰু আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ নাট খনৰ সংলাপ সমূহেও দৰ্শকৰ মন চুই গৈছে। এইক্ষেত্ৰত সীমান্ত শৰ্মাৰ কৃতিত্ব দাবী কৰিব পাৰি।

বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যৱস্থাৰ লগত জড়িত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশন কৰি আহিছে। “ৰাৱণ বধ” নাট খন অসমীয়া আৰু হিন্দী ভাষাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক মঞ্চত বহু ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Maha kumbh MelaperformancePuppet dance
publisher

publisher

Related Posts

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d