Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jal jeevan: চৰম ব্যৰ্থতাৰ দৃষ্টান্ত!

জল জীৱনৰ সময়সীমা এইবাৰ ২০২৬লৈ বৃদ্ধি

publisher by publisher
January 22, 2025
in Assam, News
Reading Time: 1 min read
0
Jal jeevan: চৰম ব্যৰ্থতাৰ দৃষ্টান্ত!
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

উচ্ছেদ অভিযান চলা লুটুমাৰীত জল জীৱনৰ কোটিটকীয়া আঁচনি

কোটি কোটি টকা আবন্টনৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

Jal jeevan: চৰম ব্যৰ্থতাৰ দৃষ্টান্ত!
জল জীৱনৰ সময়সীমা এইবাৰ ২০২৬লৈ বৃদ্ধি
অসমত কমিছনৰাজ-লুণ্ঠনৰাজৰ তাণ্ডৱত পিষ্ট অভিলাষী আঁচনি ৰূপায়ণত উত্তৰ-পূবৰ ভিতৰতে ব্যৰ্থ ৰাজ্য ৰূপে পৰিগণিত

:অসমত জল জীৱন আঁচনি সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল ২০২৩। তাৰ পাছত সময়সীমা বৃদ্ধি কৰা হয় ২০২৪লৈ। স্বয়ং কেন্দ্রীয় মন্ত্রীয়েই এই সময়সীমা ধাৰ্য কৰি গৈছিল। ইয়াৰ পাছত সময়সীমা বৃদ্ধি কৰা হয় ২০২৫লৈ।

ADVERTISEMENT

এতিয়া নতুন সময়সীমা ২০২৬ ধাৰ্য কৰা হৈছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সূত্ৰত প্ৰকাশ। কমিছনৰাজ-লুণ্ঠনৰাজৰ গ্রাসত পৰিয়েই এনে পৰিণতি হৈছে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনিখনৰ। আনকি বিভাগীয় মন্ত্রী সলনি হোৱাৰ পাছতো আঁচনিখনক লৈ চলি থকা দুর্নীতি-অনিয়ম হ্রাস নহ’ল বুলি বিভাগতে চর্চা চলি আহিছে।

বৰ্তমানৰ মন্ত্রী জয়ন্ত মল্লবৰুৱায়ো কেৱল ফোঁপযহী কথাৰেহে অসমত আঁচনিখনৰ সফলতা দাবী কৰি আহিছে। বৰঞ্চ লুণ্ঠনৰাজৰ মাত্রা পূৰ্বতকৈ বৃদ্ধি হোৱা বুলিহে আঁচনিখনৰ লগত জড়িত পক্ষবোৰৰ মাজত চর্চা চলি আহিছে।

অসমৰ বাবে আঁচনিখনক লৈ আৰু এক নতুন সমস্যাৰ সৃষ্টি হৈছে। সেয়া হ’ল ৰূপায়ণ কৰা তথা নিৰ্মাণ সম্পূৰ্ণ কৰা বহু আঁচনিৰ মান উন্নত কৰিব লাগিব। উল্লেখ্য যে ব্যাপক দুর্নীতিৰ পৰিণতিত ৰাজ্যত গণ্ডাই গণ্ডাই জল জীৱন আঁচনি অকামিলা হৈ পৰিছে অথবা কেইদিনমান পানী যোগান ধৰিয়েই বন্ধ হৈ পৰিছে। ইয়াকে লৈ উত্থাপিত অভিযোগক প্ৰকাৰান্তৰে স্বীকাৰ কৰি স্বতন্ত্র সংস্থাৰ জৰিয়তে ৰূপায়ণ হোৱা প্রকল্পবোৰ পুনৰীক্ষণ কৰিবলৈ বাধ্য হয়।

আইআইটি মাদ্রাজৰ চেণ্টাৰ ফৰ আৰ্বানাইজেছন, বিল্ডিঙছ এণ্ড এনভাইৰণমেন্ট (চিইউবিই) আৰু তামিলনাডু চৰকাৰে এই পুনৰীক্ষণ চলায়। ইয়াৰ বাবে যোৱা অক্টোবৰৰ পৰাই জল জীৱনৰ সকলো কাম বন্ধ ৰখা হয়। ২০ জনকৈ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা গঠিত ১০ টা গোটে যোৱা নৱেম্বৰৰ পৰা পুনৰীক্ষণ আৰম্ভ কৰে। এই পুনৰীক্ষণত নমুনা ভিত্তিত নির্বাচন কৰা আঁচনিবোৰৰ সকলো দিশ পৰীক্ষা কৰাৰ লগতে ইয়াৰ লগত জড়িত ৰাইজ, চৰকাৰী পক্ষ আদিৰো মতামত সংগ্ৰহ কৰা হয়।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চস্তৰীয় সূত্রই ‘দৈনিক অগ্রদূত’ক জনায় যে এই পুনৰীক্ষণত বহু প্রকল্প ৰূপায়ণত ব্যাপক বিসংগতি ধৰা পৰে আৰু সেইবোৰ উন্নত কৰাৰ পৰামৰ্শ দিয়া হৈছে। প্রকল্পত ব্যৱহাৰ কৰা সামগ্রী মানসম্পন্ন নোহোৱা, প্রকল্প এটা সম্পূর্ণ হোৱাৰ পাছত তৃতীয় পক্ষই প্রতিবেদন দিওতে ব্যাপক অনিয়ম সংঘটিত
কৰা আদি আটাইবোৰ দিশ এই পুনৰীক্ষণত ধৰা পৰে।

সূত্ৰটোৱে কয় যে অক্টোবৰৰ পৰা কাম বন্ধ হৈ থকা আৰু বহু প্রকল্পৰ উন্নয়ন সাধন কৰিবলগীয়া হোৱাৰ বাবেই ২০২৫ৰ ভিতৰতো ৰাজ্যত জল জীৱন আঁচনিখন এশ শতাংশ ৰূপায়ণ নোহোৱাটো নিশ্চিত হৈছে। সেইবাবে ২০২৬ নতুন সময়সীমা ধাৰ্য কৰা হৈছে। অসমত আঁচনিখনৰ ব্যৰ্থতাক লৈ কেন্দ্ৰৰ জলশক্তি মন্ত্রণালয়েও গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে। ইয়াৰ ফলত আঁচনিখনৰ ৰূপায়ণ প্রক্রিয়া আগবঢ়াই নিবলৈ পুঁজি মোকলাই দিয়াত মন্ত্রণালয় থমকি ৰৈছে।

ইয়াৰ ফলত মাহৰ পাছত মাহ ঠিকাদাৰসকল বিলৰ শ শ কোটি টকাৰ বকেয়া লাভৰ পৰা বঞ্চিত হৈছে। ইয়াৰো প্ৰভাৱ পৰিছে আঁচনিখনৰ অগ্রগতিত। প্রসংগক্রমে উল্লেখ্য যে অসমত জল জীৱন আঁচনি ৰূপায়ণৰ বাবদ এই পর্যন্ত ১৯,৫৫০ কোটি টকা ব্যয় হৈছে। কমেও আঠ হেজাৰ ঠিকাদাৰ এই কামত জড়িত হৈ আছে। এনে বৃহৎ পৰিসৰৰ তৎপৰতা সত্ত্বেও অসম জল জীৱন আঁচনি ৰূপায়ণৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰতো অন্যতম পিছপৰা ৰাজ্যৰূপে পৰিগণিত হৈছে।

শেহতীয়া তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্রদেশ আৰু মিজোৰামে আঁচনিখন এশ শতাংশ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে ৯২.৬ শতাংশ কাম সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে নগালেণ্ডে। তাৰ পাছত ত্ৰিপুৰাৰ সফলতাৰ হাৰ হ’ল ৮৪.৬২ শতাংশ। মেঘালয়ৰ সফলতাৰ হাৰ হ’ল ৮১.৩৬ শতাংশ। ইয়াৰ পাছতে অসমৰ স্থান হ’ল ৮১.৩১ শতাংশ। শেষত আছে মণিপুৰ। ৰাজ্যখনত ৭৯.৫৮ শতাংশ কাম সম্পূৰ্ণ হৈছে। মণিপুৰতো ক্ষিপ্ৰ গতিৰে আঁচনিখন ৰূপায়ণ হৈছিল যদিও ৰাজ্যখনত বিগত বৰ্ষৰ পৰা চলি থকা ব্যাপক হিংসাত্মক ঘটনাৰ ফলস্বৰূপে কামৰ গতি লেহেমীয়া হয়।

উল্লেখ্য যে অৰুণাচল আৰু মিজোৰামকে ধৰি দেশৰ ১১ খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত জল জীৱন আঁচনি এশ শতাংশ ৰূপায়ণ হৈছে। অসমসহ দুই-এখন ৰাজ্যতহে আঁচনিখন পিছপৰি ৰৈছে। দেশৰ গ্ৰামাঞ্চলৰ ৰাইজ বিশুদ্ধ খোৱাপানীৰ পৰা যাতে বঞ্চিত হ’ব নালাগে, তাৰ বাবে এই অভিলাষী আঁচনিখন ২০১৯ত আৰম্ভ কৰা হৈছিল।

সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনিখন ৰাজ্য চৰকাৰবোৰে ৰূপায়ণ কৰিব লাগে। এনে এখন আঁচনিয়েই কমিছনৰাজ-লণ্ঠনৰাজৰ চেপাত পৰি অসমত ককবকাবলগীয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jal Jeevan Missionjayanta malla barua
publisher

publisher

Related Posts

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d