Home Guard Arrested In Dispur:ড্ৰাগছ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৃহৰক্ষী জোৱান ৰুবুল আলী

dispur police

Home Guard Arrested In Dispur:

আৰক্ষীৰ পোচাকত পুনৰ দাগ লগাই লজ্জানত কৰিলে গৃহৰক্ষী জোৱানে ৷ সংগোপনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ বিক্ৰী কৰি অহাৰ সম্ভেদ লাভ কৰি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ এজন গৃহৰক্ষী জোৱানক ৷ ধৃত জোৱানজনৰ নাম জোৱান ৰুবুল আলী ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে গৃহৰক্ষী জোৱানজনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version