Ulfa suporter Arrested In Darrang:আলফাৰ সমৰ্থনত মন্তব্য কৰি ৰঙাঘৰৰ আলহী বালিপোতাৰ যুৱক

ulfa arrested

Ulfa suporter Arrested In Darrang:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই শুক্ৰবাৰে নতুন দিল্লীত আলফা-চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাক্ষিত শান্তি চুক্তি । এই চুক্তিৰ দিনাই আলফাৰ সমৰ্থনত চ’ছিয়েল মেডিয়াত ‘আলফা জিন্দাবাদ’ দি আটক হ’ল বিশ্বজিৎ ডেকা নামৰ এজন যুৱক ৷

প্ৰাপ্ত খবৰ অনুসৰি দৰং জিলাৰ দৰঙৰ বালিপোতাৰ বিশ্বজিৎ ডেকা নামৰ যুৱকজনে ফেচবুকত আলফাৰ সমৰ্থনত দিছিল এটা কমেণ্ট ৷ ইয়াৰ পাছতে আৰক্ষীৰ ৰোষত পৰে যুৱকজন ৷ ইতিমধ্যে মঙলদৈ আৰক্ষীৰে আটক কৰি অব্যাহত ৰাখিছে সোধ-পোছ ৷

Exit mobile version