Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

All Assam Primary Teachers Forum Press Release:অৱসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত যোগ্যতা সম্পন্ন শতাধিক শিক্ষক, বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলক টিউটৰৰ পৰিবৰ্ত্তে শিক্ষক পদত নিযুক্তি প্রদানৰ আহ্বান

publisher by publisher
January 10, 2024
in India, Assam, News
Reading Time: 2 mins read
0
All Assam Primary Teachers Forum Press Release:অৱসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ
2
SHARES
17
VIEWS
ShareShareShareShare

All Assam Primary Teachers Forum Press Release:

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ তথা পুনৰ নিযুক্তিৰ ব্যৱস্থাৰে ২০২১ বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত বিশাল সভা আয়োজন কৰি ৪৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ বিতৰণ কৰিছিল।

ADVERTISEMENT

নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক খেলিমেলিৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ পৰিয়াল পোহপাল দিবৰ বাবে দিন হাজিৰা পৰ্যন্ত কৰি থকাৰ খবৰ পোৱা গৈছে ।

RelatedPosts

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ

Lurinjyoti Gogoi:গুৱাহাটীৰ হোটেল গে’টৱে’ত অনুষ্ঠিত হোৱা ‘অসম’‍ মিত্ৰজোটৰ সভাত এ আই ইউ ডি এফ দলেও অংশগ্ৰহণ কৰা নাই : লুৰীণজ্যোতি গগৈ

ইয়াৰোপৰি একাংশ বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ‘শিক্ষক’ পদৰ বিপৰীতে টিউটৰ হিচাবে নিযুক্তি গ্রহণ কৰিব লগা হ’ল । নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা এনেধৰণৰ সকলো বিসংগতি মাত্র ৪৫ দিনৰ ভিতৰতে অনলাইন এপ প্ৰস্তুত কৰি সমাধান কৰা হব বুলি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সেই সময়ৰ শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও অদ্যপৰিমিত কোনো এটা সমস্যা সমাধান হোৱা নাই ।

তাৰোপৰি সেই একেখন সভাতে মুখ্যমন্ত্রী শৰ্মাই শিক্ষক সকলে অৱসৰৰ পাছত দহ লাখ টকাৰ গ্ৰেছুইটি আৰু পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে অৱসৰ গ্রহণ কৰা কোনো এজন শিক্ষকেও দহলাখ টকা বাদেই এটা ফুটাকড়িও লাভ নাই বুলি জানিব পৰা গৈছে । বিগত ২০২১ চনৰ ৩০ জানুৱাৰীত নিযুক্তি পত্ৰ গ্রহণ কৰি শিৱসাগৰ জিলাৰ ডিমৌ শিক্ষা খণ্ডৰ অন্তর্গত ৩ নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা মুখেশ্বৰ গগৈ,বালিবৰ প্ৰাথমিক বিদ্যালয়ৰ ভদ্ৰ ৰাম গায়ন, ৰাইচাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰিয়লতা ভূঞা, নাজিৰা শিক্ষাখণ্ডৰ অন্তর্গত কাৰচোৱা প্ৰাথমিক বিদ্যালয়ৰ ৰূপালীম গগৈ, আমগুৰি শিক্ষা খণ্ডৰ অন্তর্গত ম: মনোৱাৰ আলি, সোণাৰি শিক্ষাখণ্ডৰ অন্তর্গত ভাৰতী বৰগোহাঁই , লখিমপুৰ জিলাৰ জ্ঞানদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ তিলো গগৈ শইকীয়া, বিনো হাজৰিকা গগৈ, ২৫৩ নং চিয়াজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰদীপ সভাপণ্ডিত ,চৌখাম শংকৰদেৱ বিদ্যালয়ৰ যোগ শইকীয়া দাস,হেমা শইকীয়া, জোনাকী ৰাজখোৱা,নাওবৈচা শিক্ষাখণ্ডৰ মোহন শইকীয়া, গজেন পায়েং, আব্দুল ছিদ্দিক, ৰাতুল শৰ্মা,ভদ্রভদ্রা ডেকা, গোপীকান্ত মেধিকে প্ৰমুখ্য কৰি ৰাজ্যৰ বহু সংখ্যক শিক্ষক- শিক্ষয়িত্রী ইতিমধ্যে অৱসৰ গ্রহণ কৰিছে যদিও কোনো এগৰাকী শিক্ষকেও অৱসৰ কালীন সুবিধা লাভ কৰা নাই ।

সেয়েহে শিক্ষক সকলে এই নিযুক্তি প্ৰক্ৰিয়া তথা নিয়মীয়াকৰণ ব্যৱস্থাক কণা হাঁহক পতান ধান দিয়া বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।

সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক ইতিমধ্যে অৱসৰ গ্রহণ কৰা আৰু বিনা বেতনেৰে মৃত্যুবৰণ কৰা শিক্ষক সকলৰ পৰিয়ালবর্গক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে । \

Aতাৰোপৰি নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকলক অতি সোনকালে নিযুক্তি পত্ৰ প্ৰদান কৰা, বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সকলক টিউটৰৰ পৰিবৰ্তে শিক্ষক পদত নিযুক্তি দিয়া, টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবেও চৰকাৰক আহ্বান জনাইছে । ইতিমধ্যে অৱসৰ গ্রহণ কৰা শিক্ষক- শিক্ষয়িত্রী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নিযুক্তি প্রদান অনুষ্ঠানত ঘোষণা কৰা অনুসৰি দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰি দিবৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মৰত প্ৰাথমিক শিক্ষক মঞ্চই ।

তাৰোপৰি নতুন নিযুক্তি ব্যৱস্থাত অৱসৰৰ পাছত শিক্ষক সকলে পেঞ্চন পাবলৈ সক্ষম হবনে নহয় সেই দুঃচিন্তা লৈ কাম কৰিব লগা হৈছে বুলি শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছে । সেয়েহে আজিৰ পৰা প্ৰায় পঁচিশ ত্ৰিশ বছৰ পূর্বে চৰকাৰী নীতি অনুসৰি নিযুক্তি লাভ কৰা শিক্ষকসকলক বৰ্তমান দিয়া নতুন স্কেলপে’ৰ পৰিবৰ্তে পুৰণি স্কেলপে’ প্ৰদান কৰিবৰ বাবে সন্থাৰ সভানেত্রী আৰু সম্পাদকে চৰকাৰৰ ওচৰত আন এটা মুখ্য দাবী উত্থাপন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Assam Primary Teachers ForumPress release
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d