Mobile Ityadi Opening:মহানগৰীৰ বেলতলাত ইউটিউবাৰৰ ম’বাইল ইত্যাদি

মুকলি কৰিলে আই পি এছ বিষয়া আবু চুফিয়ানে

mobile 1

Mobile Ityadi Opening:

ৰাজ্যৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আজিজুৰ ৰহমানে মহানগৰীত স্থাপন কৰিলে এখন আটকধুনীয়া ম’বাইল বিপনী

ম’বাইল ইত্যাদি’ৰ বিপনী খন বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে আই পিএছ বিষয়া তথা কবি আবু চুফিয়ানে

বেলতলা আৰু ভেটাপাৰা সংযোগী পথত খোলা অত্যাধুনিক ম’বাইল ফোন বিক্ৰী কেন্দ্ৰটো শুভ উদ্বোধন অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ সহ বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version