Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

ডিব্ৰুগড়ত গ্ৰীটিংছ কাৰ্ড দেখি নস্তালজিক অভিনেত্ৰী বৰষা, ঘূৰি গ’ল কলেজীয়া জীৱনৰ সোণালী দিনলৈ

ভ্ৰাম্যমাণৰ আখৰা কৰাৰ অনুমতি দিয়াত উৎফুল্লিত বৰষা‌

publisher by publisher
September 2, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
ডিব্ৰুগড়ত গ্ৰীটিংছ কাৰ্ড দেখি নস্তালজিক অভিনেত্ৰী বৰষা, ঘূৰি গ’ল কলেজীয়া জীৱনৰ সোণালী দিনলৈ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Holistic Healing & Spiritual Retreat’ 2024:মহানগৰীৰ হোটেল পেলাচিওত এনার্জি হ্যালিঙৰ এক আধ্যাত্মিক অনুষ্ঠান 

Congress Mp Candidate Barsha Rani: Barasharaniকংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থীত্ব তালিকাত গুৱাহাটীৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম !

Car Accident : দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ : অভিযোগ ভুক্তভোগীৰ

কলেজীয়া জীৱনৰ সোণালী দিন মনত পেলাই দিছে আৰ্চিছে । সেই ভেলেণ্টাইন ডে, ফ্ৰেণ্ডশ্বিপ ডে’ৰ মাজলৈ ঘূৰি গ’ল বৰষা । হঠাৎ ৮০-৯০ দশকৰ বিশ্বখ্যাত এটা অতিকৈ জনপ্ৰিয় উপহাৰ ব্ৰেণ্ড ‘আৰ্চিছ’লৈ মনত পেলাই মধুৰ স্মৃতিৰে জৰ্জৰিত মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্মৰণ কৰিলে অতীত ।

ADVERTISEMENT

ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত অসমৰ ভিতৰত দ্বিতীয়খন শ্বৰূম মুকলি কৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নস্তালজিক হৈ পৰিল । অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰীগৰাকী নষ্টালজিক হৈ ইন্টাৰনেট, ছ’চিয়েল মিডিয়া, ম’বাইল ফোনৰ ধামখুমীয়াত ক্ৰমান্বয়ে আঁতৰ হৈ পৰা সময়ত আৰ্চিছ ব্ৰেণ্ডৰ গ্ৰীটিংছ কাৰ্ডকে ধৰি উপহাৰ সামগ্ৰীৰ বিপনীখন উদ্বোধন কৰি লগতে, নতুন প্ৰজন্মৰ স্বামীয়ে আৰ্ৰচিছৰ বিষয়ে নজনাৰ কথাও ৰাজহুৱাকৈ জনাই বৰষা ৰাণীয়ে ।

তেওঁ কয়, ‘অৱশ্যে এতিয়া পুৰণি কথালৈ নাযাওঁ, স্বামী কাষত আছে । মোৰ স্বামীয়ে আৰ্চিছ গেলাৰী কি চিনিয়ে নাপায়, য’ৰ পৰা এটা কথা নিশ্চিত হ’লো যে কলেজৰ দিনত স্বামীয়ে বৰ বেচি প্ৰেম কৰা নাছিল ।’ এইবুলি খুহুতীয়া কথাৰেও ইন্টাৰনেট, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নথকা দিনত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত আৰ্চিছক লৈ কি আকুলতা আছিল তাক প্ৰসংশা কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

বিশেষকৈ, ৯০ দশকৰ প্ৰজন্মৰ মাজত আজিও আৰ্চিছ বুলি ক’লেই মনলৈ আহে বিভিন্ন ডিজাইনৰ গ্ৰীটিংছ কাৰ্ডসমূহ । আপোনজনলৈ প্ৰাণ চুই দিয়া বাৰ্তাৰে, অনন্য দৃশ্যপতত আগবঢ়োৱা কাৰ্ডখনৰ কথা । বয়সে জীৱনৰ বেলেগ বাটলৈ লৈ গ’লেও আজিও হয়তো সেই প্ৰজন্মৰ বহুজনে সজতনে সাঁচি ৰাখিছে কেতিয়াও পাহৰিব নোৱাৰা কোনোবা আপোনজনে দিয়া আৰ্চিছৰ গ্ৰীটিংছখন । প্ৰযুক্তিৰ মাজত হেৰাই গ’লেও যেন সেই সোণালী সময়ৰ কথা এবাৰৰ বাবে হ’লেও সকলোৱে মনত সোঁৱৰাই দিছে বুলি সমাজসেৱক তথা পেপাৰ ৰ’জ শ্বপৰ স্বতাধিকাৰী ৰঞ্জিত গগৈয়ে কয় ।

লগতে অসমৰ দ্বিতীয়খন বিপনী ডিব্ৰুগড়ত মুকলি কৰাত ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত আৰ্চিছৰ ইউহান ড্ৰব আৰিয়া উপস্থিত থাকে । আনহাতে, অভিনেত্ৰী বৰষাই শেহতীয়াকৈ বুধবাৰে চৰকাৰে ঘোষণা কৰা এছ‌অ’পিত ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা কৰাৰ বাবে অনুমতি দিয়াৰ পাছত উৎফুল্লিত হৈ পৰিছে । বৰষাই চৰকাৰৰ সিদ্ধান্ততক আদৰণি জনায় কয় যে, বিশেষকৈ ক’ভিডৰ বাবে দুটাকৈ বছৰ লকডাউনৰ কবলত থকাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ থকাত ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, শিল্পী, কলা-কুশলী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছিল । শেহতীয়াকৈ ক’ভিড পৰিস্থিতি সাম কটাত চৰকাৰে নতুন এছ‌অ’পি অনুসৰি ভ্ৰাম্যমাণৰ নাটকৰ আখৰাৰ বাবে অনুমতি দিয়া লগতে শীঘ্ৰে থিয়েটাৰ পৰিবেশন তথা মঞ্চায়নৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা কৰে ।

পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণালী যাত্ৰা অব্যাহত ৰখাৰ লগতে এই ক্ষেত্ৰত দৰ্শক, চৰকাৰ, শিল্পী, কলাকুশলী সকলোৰে প্ৰচেষ্টাতহে একোটা ভ্ৰাম্যমাণ নাট্যদল জীয়াই থকা বুলি কৈ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে বৰষাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barsha Rani BishayaBhramyaman Theatreভ্ৰাম্যমাণ থিয়েটাৰ
publisher

publisher

Related Posts

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d