Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী 

অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কত  কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সংবাদমেল 

publisher by publisher
January 17, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী 
1
SHARES
12
VIEWS
ShareShareShareShare

Bodo Sahitya Sabha:

বড়ো সাহিত্য সভাৰ জড়িয়তে কেৱল বড়োসকলৰ কথা চিন্তা কৰা নহয়। বড়ো সাহিত্য সভাৰ মাধ্যমেৰে অসমলৈ এটা বাৰ্তা দিব বিচাৰিম যে, বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে একেলগে থাকো,কাম কৰো,বিপদত সকলোৱে সকলোকে সহায় সহযোগ আগবঢ়াই এই ভাষ্য কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত কান্ত গয়াৰীৰ।

ADVERTISEMENT

এক কোটি ৭০লাখ টকা ব্যয় সাপেক্ষে বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় বড়ো সাহিত্য সভা’ৰ ৬৩ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘সমন্বয় ক্ষেত্ৰ’ত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত আজি ইয়াৰ অন্তিম প্ৰস্তুতি সম্পৰ্কত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰে সংবাদমেলৰ।

RelatedPosts

Ghagrapar:ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন,বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

Boko:বকোৰ তিনিখন গাঁৱত হাহাকাৰময় পৰিস্থিতি

Accident:দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰী,বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক সহেন্দ্ৰ নাথ ব্ৰহ্ম, সুৰ্জিলা ৱাৰী,কাৰ্যকৰী সভাপতি নগৰমল স্বৰ্গীয়াৰী, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু কামৰূপ জিলা বডো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়োৰ উপস্থিতিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সংবাদমেলখন বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নীল কান্ত গয়াৰীয়ে সম্বোধন কৰি অধিৱেশনৰ যাৱতীয় দিশৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

উল্লেখ্য, বকো অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বতোপ্ৰকাৰৰ উত্তোৰণত নতুন দিগন্তৰ সৃষ্টি, ইয়াৰ সমন্বয়-সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলাৰ লক্ষৰে আয়োজন কৰা বড়ো সাহিত্য সভাৰ এই অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কত সংবাদমেলযোগে সদৰি কৰা অনুসৰি অধিৱেশনৰ প্ৰথম দিনা পুৱা ৭ বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্ধোধন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়োই ৷

ইয়াৰ পিচতে বিভিন্ন উপ সমিতি আৰু বড়ো সাহিত্য সভাৰ অস্থায়ী কাৰ্যালয়,মূল প্ৰৱেশ দ্বাৰ,অতিথিশালা, স্বেচ্ছাসেৱক শিৱিৰ, মূল তোৰণ, মূল মঞ্চ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা, ভোজনালয়,প্ৰতিনিধি শিৱিৰ, প্ৰতিনিধি গৃহ,স্বাস্থ্য শিৱিৰ আদিৰ দ্বাৰ মুকলি কৰাৰ লগতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন, বহুভাষিক কবি সন্মিলন আৰু বড়ো সাহিত্য সভাৰ প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে ৷

সংবাদমেলত সদৰি কৰা অনুসৰি অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদলৈ পুষ্পাঞ্জলী অৰ্পন, স্মৃতিগ্ৰন্থ ‘ব্ৰখ’জীংথি’ ও অন্যন্য গ্ৰন্থ উন্মোচনী,সম্বৰ্ধনা আৰু বঁটা বিতৰণ,ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, আলোচনা চক্ৰ, কবি সন্মিলন আদিৰ লগতে নিশা দ্বিতীয় প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

ইফালে, অধিৱেশনৰ অন্তিম দিনা পুৱা ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ পিচতে দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব অধিৱেশনৰ মূল আকৰ্ষণ মুকলি সভা ৷ উল্লেখ্য,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই উদ্ধোধন কৰিব লগীয়া মুকলি সভাখনত সাহিত্য একাডেমীৰ উপ সভাপতি প্ৰফেছৰ কুমুদ শৰ্মাই মুখ্য অতিথি হিচাবে লগতে বিশিষ্ঠ অতিথি হিচাবে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাকে ধৰি অসম চৰকাৰৰ কেবাগৰাকী মন্ত্ৰী বিধায়ক আৰু বিটিআৰৰ লগতে বড়ো- কছাৰী কল্যাণ ও ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ উপৰি বিভিন্ন জাতি- জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সংবাদমেলত জানিবলৈ দিয়ে ৷

সংবাদমেলখনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক সহেন্দ্ৰ নাথ ব্ৰহ্ম, সুৰ্জিলা ৱাৰী, অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰী, কাৰ্যকৰী সভাপতি নগৰমল স্বৰ্গীয়াৰী, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়ো প্ৰমূখ্যে কেবাগৰাকী নেতৃত্বই অংশ লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Annual ConferenceBodo Sahitya SabhaBokoReception Committee Pressmeet
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d