Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ghagrapar:ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন,বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

বিশিষ্ট সাংবাদিক নৰেশ কলিতালৈ "অমূল্য কলিতা সাংবাদিক বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতালৈ “ঘগ্ৰাপাৰ গৌৰৱ বঁটা" প্ৰদান

publisher by publisher
January 31, 2026
in Assam
Reading Time: 1 min read
0
Ghagrapar:ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন,বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

RSS:মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক 

Annual Conference of Rupalim Moina Parijat:বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাজান ৰূপালীম মইনা পাৰিজাতৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

Ghagrapar:

ইতিবাচক চিন্তা আৰু ইতিবাচক পদক্ষেপ অবিহনে সংবাদ ক্ষেত্রখনে সমাজৰ হিতৰ কাৰণে কোনো কাম কৰিব নোৱাৰা।’ এই তাৎপর্যপূর্ণ মন্তব্য জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শ্ৰী শ্ৰীহৰি মন্দিৰ প্ৰাংগনত যোৱা কালি দিনযোৰা কাৰ্যসূচীৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন,বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাত অমূল্য কলিতা সাংবাদিক বঁটা গ্ৰহণ কৰি সাংবাদিক কলিতাই সংবাদ জগতখনৰ ৩৩ বছৰৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰে ৷

ADVERTISEMENT

আনহাতে কামিনী তালুকদাৰ “ ঘগ্ৰাপাৰ গৌৰৱ বঁটা“ গ্ৰহণ কৰি ঘগ্ৰাপাৰৰ সুসন্তান জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতাই মই ঘগ্ৰাপাৰক লৈ গৌৰৱ কৰোঁ ৷ আজি মোক ঘগ্ৰাপাৰ গৌৰৱ বঁটা প্ৰদান কৰাত মৰম আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আনন্দিত হৈছোঁ বুলি মন্তব্য কৰে ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশনত পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন,সতীৰ্থ সাংবাদিক সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,শ্বহীদ তৰ্পণ, মাল্যাৰ্পণ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছত প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন মুকলি সভা অনুষ্ঠিত হয় ।

ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল ডেকাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফাইজুৰ ৰহমানে। ইয়াৰ পিছত বিশিষ্ট সাংবাদিক নৰেশ কলিতালৈ “অমূল্য কলিতা সাংবাদিক বঁটা” আৰু বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতালৈ “কামিনী তালুকদাৰ ঘগ্ৰাপাৰ গৌৰৱ বঁটা” প্ৰদান কৰা হয়। ইয়াৰ পিছত অমূল্য কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে।সভাখনত উপস্থিত থাকে ’প্ৰতিবিম্ব লাইভ’ৰ পৰিচালন সঞ্চালক তফিকউদ্দিন আহমেদ,অগপ নেতা গৌৰী দাস,বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱাকে প্ৰমুখ্য কৰি ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বিষয় ববীয়া সকল। সন্ধিয়া অনুষ্ঠিত বিষয় বাচনি সভাত ৰাতুল চন্দ্ৰ ডেকাক সভাপতি,কাৰ্যকৰী সভাপতি হামিদ আলী আৰু জগত তালুকদাৰ, দ্বিজেন ডেকা আৰু ত্ৰিদিপ কলিতাক যুটীয়াভাৱে সম্পাদক, হিচাপে লৈ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ এখন ১৭ জনীয়া সমিতি গঠন কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Annual ConferenceGhagrapar Press Club
publisher

publisher

Related Posts

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল
Assam

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

October 23, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d