Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বড়ো জনগোষ্ঠীৰ জাতীয় অস্তিত্বক বড়ো সাহিত্য সভাই সংগ্ৰামৰ মাধ্যমেৰে আগুৱাই নিছে : মহীপাল বড়ো

বালাপাৰাত এবছুৰ বড়ো সাহিত্যসভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

publisher by publisher
November 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
বড়ো জনগোষ্ঠীৰ জাতীয় অস্তিত্বক বড়ো সাহিত্য সভাই সংগ্ৰামৰ মাধ্যমেৰে আগুৱাই নিছে : মহীপাল বড়ো
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

ABSU:বিটিচিলৈ পূৰ্বৰ অশান্তজৰ্জৰ পৰিৱেশ ঘূৰি অহাৰ শংকা এবছুৰ

Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা

Environment Day Celebrations:পৰিৱেশ দিৱসৰ দিনটোৰ পৰাই এবছুৰ দুই লাখ গছপুলি ৰোপনৰ অভিযান

“বড়ো জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ দায়িত্ব বহন কৰিছে বড়ো সাহিত্যসভাই । সমান্তৰালভাৱে এবছুৱেও বড়ো জনগোষ্ঠীৰ সৰ্বদিশৰ উন্নয়নৰ লগতে জনগোষ্ঠীয় সমন্বয়, শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সুদীৰ্ঘ দিন ধৰি শ্ৰম, ত্যাগ, সংগ্ৰাম অব্যাহত ৰাখিছে । বড়ো সাহিত্যসভাই দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজেৰে ভাষা, সাহিত্য, সংস্কৃতিক আগুৱাই নিছে । অৰ্থাৎ বড়ো জনগোষ্ঠীৰ জাতীয় অস্তিত্বক বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰৰ ক্ষেত্ৰত বড়ো সাহিত্যসভাৰ অলেখ অৱদান আছে । যাৰ বাবে বড়ো সাহিত্যসভা অন্যতম জাকত জিলিকা জাতীয় সংগঠনৰূপে পৰিচিত হৈছে ।”এইদৰে কয় বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য তথা এবছুৰ প্ৰাক্তন উপাধ্যক্ষ মহীপাল বড়োৱে ।

ADVERTISEMENT

আজি বৰপেটা জিলাৰ বালাপাৰাত এবছু-ৱে কেন্দ্ৰীয়ভাৱে বড়ো সাহিত্যসভাৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । মহীপাল বড়োৱে তেওঁৰ ভাষণত বড়ো সাহিত্য সভা, এবছুৱে সামাজিক শান্তি, সমন্বয়, জনগোষ্ঠীয় সমন্বয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বুলিও গৌৰৱেৰে কয় । এবছুৰ সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বড়ো সাহিত্যসভাৰ প্ৰাক্তন উপ সভাপতি আৰু এবছুৰ প্ৰাক্তন সভাপতি দিপক কুমাৰ বসুমতাৰীয়ে মুখ্য অতিথিৰ ভাষণত বড়ো সাহিত্য সভাৰ ইতিহাস আৰু উত্তৰণ, বড়ো ভাষা, সাহিত্যৰ উত্তৰণৰ ওপৰত বাখ্যা কৰে ।

এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে আত ধৰা সভাখন উদ্বোধন কৰে কোকৰাঝাৰৰ ইউ এন একাডেমিৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে । মুকলি সভাত এবছুৰ উপ সভাপতিদ্বয় খৌৰৌমদাও ৱাৰী, ৰৌমদৌন বসুমতাৰী, অধ্যক্ষ আনন্দ বড়ো, উপাধ্যক্ষ বিবাৰী বড়ো, এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰী, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক যাদৱ বড়ো, জনকৰ উজিৰ, বৰপেটা জিলা ট্ৰাইবেল সংঘৰ সম্পাদক খগেন বড়ো, কৃতী শিক্ষয়িত্ৰী বীণা বড়ো, প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ৰয়ৰ লগতে বহু লোক বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ।

এবছুৰ কেন্দ্ৰীয় সমিতি আৰু বৰপেটা জিলা সমিতিৰ উদ্যেগত বালাপাৰা খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত বড়ো সাহিত্যসভাৰ প্ৰতিষ্ঠা দিৱসত পুৱাৰ ভাগত বড়ো সাহিত্যসভাৰ পতাকা উত্তোলন কৰে বৰপেটা জিলা বড়ো সাহিত্যসভাৰ সভাপতি সুখেন স্বৰ্গীয়াৰীয়ে । ছহিদ তৰ্পণ কৰে এবছুৰ সভাপতি দিপেন বড়োৱে আৰু বড়ো সাহিত্যসভাৰ স্মৃতিস্তম্ভ উন্মোচন কৰে বৰপেটা জিলা বড়ো সাহিত্যসভাৰ প্ৰাক্তন সম্পাদক উমাকান্ত বড়োৱে ।

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমণিকাৰ স’তে সংগতি ৰাখি বড়ো জনগোষ্ঠীয় ভিন্ন সংস্কৃতি পৰিবেশন কৰে বহু সংখ্যক শিল্পীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABSUBalaparaBodo Sahitya SabhaMahipal Boro
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d