Bir Lachitsena 6 Member Arrested:বীৰ লাচিত সেনাৰ ৬ সদস্যক গ্ৰেপ্তাৰ

কামাখ্যাত পার্কিঙক লৈ এজন অনা অসমীয়া ব্যৱসায়ীৰে হৈছিল হতাহতি

lachitsena

Bir Lachitsena 6 Member Arrested:

পুনৰ বিৰ্তকৰ মাজত বীৰ লাচিত সেনাগুণ্ডাগিৰী চলোৱাৰ অভিযোগত শুক্ৰবাৰে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ সদস্যক ৷

উল্লেখ্য যে,কামাখ্যাত পার্কিঙক লৈ এজন অনা অসমীয়া ব্যৱসায়ীৰে হৈছিল হতাহতি ৷ এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে মুখ্য সচিব বিকাশ অসম, উপ-সভাপতি তপন শৰ্মা, সদস্য মতিউৰ ৰহমান, ৰবি দিহিঙ্গীয়া, মনোজ ডেকা আৰু বিক্রান্ত কলিতা গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version