List of Properties Must be Uploaded to the Portal : IAS, IPS, ACS, APS বিষয়ালৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

নির্দিষ্ট কৰি দিয়া প'র্টেলত আপলোড কৰিব লাগিব সম্পত্তিৰ তালিকা

janata bhawan 1

List of Properties Must be Uploaded to the Portal :

অসস চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা IAS, IPS, ACS, APS বিষয়া সকলে সম্পত্তিৰ তালিকা চৰকাৰক জনোৱাটো প্ৰয়োজন যদিও বহু বিষয়াই নানান অজুহাতত চৰকাৰক দিয়া নাছিল সম্পত্তিৰ তালিকা ৷

কিন্ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত অধিক কঠোৰস্থিতি লৈ পাৰ্ছ’নেল বিভাগে IAS, IPS, ACS, APS বিষয়ালৈ জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা

এতিয়াৰ পৰা চৰকাৰে নির্দিষ্ট কৰি দিয়া প’র্টেলত আপলোড কৰিব লাগিব সম্পত্তিৰ তালিকা ৷ ৩১ জানুৱাৰীৰ পূৰ্বে স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তিৰ তালিকা আপলোডৰ নিৰ্দেশ ৷

আনহাতে পাৰ্ছ’নেল বিভাগে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হয় যে তালিকা দাখিল নকৰা বিষয়াৰ বিৰুদ্ধে লোৱা হ’ব বিভাগীয় ব্যৱস্থা

Exit mobile version