Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tezpur Agp worker Meeting:তেজপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন

ৰাজ্যৰ উন্নয়ণ আৰু বিকাশত সন্ত্ৰস্তমান কংগ্ৰেছঃ অতুল বৰা

samimsultana by samimsultana
February 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Tezpur Agp worker Meeting:তেজপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন
2
SHARES
15
VIEWS
ShareShareShareShare

Tezpur Agp worker Meeting:

আজি শোণিতপুৰ সংসদীয় সমষ্টিৰ এখনি বিশাল বুথ কৰ্মী সন্মিলনখন তেজপুৰ চহৰৰ জয়মতী পথাৰত অনুষ্ঠিত হয়। প্ৰায় ৮ সহস্ৰাধিক বিভিন্ন পয্যায়ৰ দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মিলনত উপস্থিত থাকি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অগপক জাতীয়তাবাদী শক্তি হিচাপে গঢ় দিয়াত তেজপুৰবাসীৰ অনৱদ্য অৱদান আছে বুলি সম্বোধন কৰি কয় যে, অসম গণ পৰিষদ দলে আহি থকা সময়বোৰত ৰাজ্যৰ ৰাজনীতিত পুনৰ অধিক প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰে।

ADVERTISEMENT

atul bora 2জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে নিজ নিজ বুথসমূহ সুসংগঠিত কৰি শোণিতপুৰ সংসদীয় সমষ্টিত অগপক ন-ৰূপত শক্তিশালী কৰি তুলিবলৈ বুথৰ লগতে সকলো স্তৰৰ নেতা কৰ্মীকে আহ্বান জনাই সভাপতি বৰাই কয় যে, ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক সমূলি বৰ্জন কৰিব।

RelatedPosts

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

ৰাজ্যৰ ১৮ লাখ কৃষকে লাভ কৰিলে পিএম কিষাণৰ কিস্তিৰ ৩৬৩ কোটি

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

বৰাই কয় যে, ৰাহুল গান্ধী অসমলৈ আহিল আৰু গ’ল, কংগ্ৰেছৰ ন্যায় যাত্ৰাই অসমৰ সচেতন ৰাইজক প্ৰভাৱান্বিত নকৰে আৰু সেয়েহে জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে প্ৰতিগৰাকী দলীয় সদস্যক আগন্তুক নিৰ্বাচনবোৰত দলটোৰ শক্তি প্ৰদৰ্শনৰ বাবে তৃণমূল পৰ্যায়ত অধিক উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়। অসমৰ জাতীয় স্বাৰ্থত অসম গণ পৰিষদ দল সদায় এক জাতীয় শক্তি হিচাপে অসমবাসীৰ মাজত থাকি কাম কৰি যাব বুলিও বৰাই দৃঢ়তাৰে মতপোষণ কৰে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু বিকাশৰ নতুন মাত্ৰা লাভ কৰিছে। সৰ্বস্তৰৰ ৰাইজ উন্নয়ণৰ পোহৰৰে উজলিছে। জনসাধাৰণে উন্নয়ণ আৰু বিকাশ বিচাৰে। কংগ্ৰেছৰ পূৰ্বৰ দুৰ্ণীতি ভ্ৰষ্টাচাৰে ৰাজ্যখনক কোঙা কৰা দিনবোৰৰ কথা আজিও অসমবাসীক আমনি কৰে।

কংগ্ৰেছ এতিয়া অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয় দললৈ পৰ্য্যবেশিত হ’ল। আহিবলগীয়া দিনসমূহ হব আঞ্চলিকতাবাদৰ শক্তি বৃদ্ধিৰ দিন। অসম গণ পৰিষদ দলে অসমবাসীৰ সহযোগত দলটোক নতুন ৰূপত অধিক শক্তিশালী ভাৱে আগবঢ়াই নিবলৈ অঙ্গীকাৰবদ্ধ বুলি বৰাই উল্লেখ কৰে। বুথ কৰ্মী সন্মিলনখনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঐতিহাসিক অসম আন্দোলনৰ স্মৃতি বিজড়িত শোণিতপুৰৰ প্ৰতিজন লোকৰ শিৰাই শিৰাই জাতীয়তাবাদৰ দুৰ্বাৰ চেতনা প্ৰৱাহিত হৈ আছে বুলি উল্লেখ কৰি ইতিহাসৰ পাত লুটিয়াই চালেওঁ জাতীয়তাবাদৰ গাথাৰে সমৃদ্ধ শোণিপুৰৰ ইতিহাস সুস্পষ্টভাৱে পৰিলক্ষিত হয় বুলি মন্তব্য কৰে।

atul bora 3মহন্তই কয় যে, অসম গণ পৰিষদ সকলো ধৰ্মৰে প্ৰতি সহনশীল ৰাজনৈতিক দল। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিকেই আঞ্চলিকতাবাদ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনাদ্বিধাই অসম গণ পৰিষদৰ সৈতে সংযুক্ত হব পাৰে বুলি মন্তব্য কৰি কাৰ্য্যকৰী সভাপতি মহন্তই কংগ্ৰেছ এতিয়া অস্তমিত সূৰ্য বুলি কটাক্ষ কৰে । বিগত নিৰ্বাচনসমূহত কংগ্ৰেছক জনসাধাৰণে সমুলঞ্চে প্ৰত্যাখ্যান কৰিছে আৰু কংগ্ৰেছক পৰাভূত কৰি আঞ্চলিকতাবাদক সঞ্জীৱিত কৰিবলৈ অগপৰ নেতা-কৰ্মী দৃঢ় প্ৰতিজ্ঞ হবলৈ আহ্বান জনাই মহন্তই দলীয় সকলো সদস্যকে নিজ নিজ বুথ সমূহত জনগণৰ সৈতে সংযোগ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ।

সন্মিলনখনিত দলৰ উপ-সভাপতি তথা তেজপুৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই আদৰণি ভাষণ প্ৰদান কৰে আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকাই। সন্মিলনত অগপ সাধাৰণ সম্পাদক সত্যব্রত কলিতা,প্ৰবীন হাজৰিকা, বিমলেন্দু সিংহ, উপ-সভাপতি, সুনীল ডেকা, বিষ্ণু দাস, প্ৰেম শৰ্মা, সিদ্ধেশ্বৰ হাজৰিকা, সম্পাদক জয়ন্ত খাউণ্ড,মনিমাধৱ মহন্ত,নুৰুল চুলতান,অপূৰ্ব ভট্টাচাৰ্য্য, অসম আন্দোলনৰ অগ্ৰণী নেতা মহেন্দ্ৰ কেওটকে প্ৰমুখ্য কৰি ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, বিষয়ববীয়াসকল, শোণিতপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত জিলা সমিতিসমূহৰ বিষয়ববীয়া ও সদস্য, বিধান সভা সমষ্টি সমিতিসমূহ বিষয়ববীয়া ও সদস্যসকলৰ লগতে বুথ সমিতিসমূহৰ বিষয়ববীয়া ও সদস্যসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP Worker MeetingAtul BoraKeshab MahantaTEZPUR
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d